নিউজ ডেস্ক, 25 জুলাই: ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ অভিযুক্ত নলিনী শ্ৰীহৰণক ভেলোৰ কাৰাগাৰৰ পৰা পেৰলত এমাহৰ বাবে মুক্তি দিয়া হৈছে ৷ জীয়ৰীৰ বিবাহৰ বাবে দিয়া হৈছে এমাহৰ এই পেৰল ৷ বিগত 27 বছৰ ধৰি কাৰাগাৰত আছিল নলিনী ৷
উল্লেখ্য যে, নলিনীক ৰাজীৱ গান্ধীৰ হত্যাৰ বাবে মৃত্যুদণ্ড প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তামিলনাডু চৰকাৰে এই শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰিছিল ৷
27 বছৰৰ পিছত মুকলি আকাশৰ তলত নলিনী শ্ৰীহৰণ - তামিল নাডু
নলিনী শ্ৰীহৰণক মাদ্ৰাজৰ ভেলোৰ কাৰাগাৰৰ পৰা এমাহৰ চুটি দিয়া হৈছে ৷ জীয়ৰীৰ বিবাহৰ বাবে দিয়া হৈছে এমাহৰ পেৰল ৷ বিগত 27 বছৰ ধৰি কাৰাগাৰত আছিল নলিনী ৷
27 বছৰৰ পিছত মুকলি আকাশৰ তলত নলিনী শ্ৰীহৰণ
নিউজ ডেস্ক, 25 জুলাই: ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ অভিযুক্ত নলিনী শ্ৰীহৰণক ভেলোৰ কাৰাগাৰৰ পৰা পেৰলত এমাহৰ বাবে মুক্তি দিয়া হৈছে ৷ জীয়ৰীৰ বিবাহৰ বাবে দিয়া হৈছে এমাহৰ এই পেৰল ৷ বিগত 27 বছৰ ধৰি কাৰাগাৰত আছিল নলিনী ৷
উল্লেখ্য যে, নলিনীক ৰাজীৱ গান্ধীৰ হত্যাৰ বাবে মৃত্যুদণ্ড প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তামিলনাডু চৰকাৰে এই শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰিছিল ৷
27 বছৰৰ পিছত মুকলি আকাশৰ তলত নলিনী শ্ৰীহৰণ
নিউজ ডেস্ক, 25 জুলাই: ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ অভিযুক্ত নলিনী শ্ৰীহৰণক ভেলোৰ কাৰাগাৰৰ পৰা এমাহৰ চুটি দিয়া হৈছে ৷ জীয়াৰীৰ বিবাহৰ বাবে দিয়া হৈছে এমাহৰ চুটি ৷ বিগত 27 বছৰ ধৰি কাৰাগাৰত আছিল নলিনী ৷
উল্লেখ্য যে, নলিনীক ৰাজীৱ গান্ধীৰ হত্যৰ বাবে মৃত্যুদণ্ড দনয়া হৈছিল আৰু পৰবৰ্তি সময়ত তামিল নাডু চৰকাৰে এই শাস্তি জাৱজ্জিৱন কাৰাদণ্ড কৰিছিল ৷
Last Updated : Jul 25, 2019, 6:43 PM IST