ETV Bharat / bharat

ৰাজস্থান ৰাজনৈতিক বিবাদ : উচ্চ ন্যায়ালয়ত পাইলটৰ গোচৰৰ শুনানি আৰম্ভ

author img

By

Published : Jul 20, 2020, 12:18 PM IST

ৰাজস্থানৰ বিৰোধী দলৰ নেতা গুলাব চন্দ কাটাৰিয়াৰ চিবিআইলৈ তদন্তৰ অনুৰোধ ৷ অ'ডিও টেপ বিবাদৰ বাবে এই তদন্তৰ আহ্বান জনায় নেতাগৰাকীয়ে ৷

Rajasthan political crisis: Hearing on Pilot's petition resumes in HC
ৰাজস্থান ৰাজনৈতিক বিবাদ : উচ্চ ন্যায়ালয়ত পাইলটৰ গোচৰৰ শুনানি আৰম্ভ

নেশ্যনেল ডেস্ক, 20 জুলাই : ৰাজস্থানৰ বিৰোধী দলৰ নেতা গুলাব চন্দ কাটাৰিয়াই শনিবাৰে অ'ডিও টেপ বিবাদৰ বাবে চিবিআইক তদন্তৰ অনুৰোধ জনায় ৷ তেওঁ অভিযোগ উত্থাপন কৰি কয় যে, মুখ্যমন্ত্ৰী অশোক গেহলতে নিজৰ পদটো ৰক্ষা কৰিবৰ বাবে চৰকাৰী এজেন্সিসমূহৰ অনুচিত ব্যৱহাৰ কৰে ৷

ইয়াৰ লগতে বিজেপি নেতাগৰাকীয়ে কয় যে, "ফোন টেপিঙে গোপনীয়তাক উলংঘন কৰে আৰু গৃহ বিভাগৰ অনুমতি সাপেক্ষে ইয়াৰ আয়োজন কৰা হৈছিল" ৷

কাটাৰিয়াই সংবাদ মাধ্যমক জনোৱা মতে, "মুখ্যমন্ত্ৰী গেহলতেও চৰকাৰী এজেন্সিসকলৰ উচিত প্ৰয়োগ নকৰি বিধায়কসকলক ভয় খুওৱাৰ ষড়যন্ত্ৰ কৰি আছে ৷ এই সন্দৰ্ভত চিবিআইয়ে তদন্ত কৰা উচিত" ৷

লগতে তেওঁ প্ৰশ্ন উত্থাপন কৰি কয় যে, "যদি ৰাজ্যিক বিধানসভাত শাসনাধিষ্ঠ কংগ্ৰেছৰ বহুমত আছে, তেন্তে দলটোৰ বিধায়কসকলক কিয় হোটেলত ৰখা হৈছে?"

"চৰকাৰ গঠন হোৱাৰ পাচত মুখ্যমন্ত্ৰী আৰু শচীন পাইলটৰ মাজত মতানক্য চলি আছিল ৷ কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰা সকলো অভিযোগ মিছা" ৷

"কংগ্ৰেছৰ অভিযোগ হৈছে, বিজেপি আৰু দলটোৰ নেতাসকলে গেহলত চৰকাৰক শাসনৰ পৰা বাহিৰ কৰাৰ বাবে উঠি-পৰি লাগিছে, যিটো একেবাৰে মিছা কথা" ৷

ৰাজস্থান আৰক্ষীৰ দুৰ্নীতি বিৰোধী ব্যুৰ'ৱে গেহলতৰ শাসনক অন্ত পেলোৱাৰ বাবে কৰা ষড়যন্ত্ৰ সম্বন্ধীয় আলোচনাৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক আইনৰ ভিত্তিত গোচৰ ৰুজু কৰে ৷

লগতে পঢ়ক : বিহাৰত বজ্ৰপাতত পুনৰ 16 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.