ETV Bharat / bharat

ৰাজস্থান ৰাজনৈতিক সংঘাত : মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে বিধায়িনী বৈঠক

author img

By

Published : Jul 21, 2020, 5:22 AM IST

মুখ্যমন্ত্ৰী অশোক গেহলটৰ অধ্যক্ষতাত ফেয়াৰমাউন্ট হোটেলত মংগলবাৰে দিনৰ 11 বজাত অনুষ্ঠিত হ'ব ৰাজস্থান মন্ত্ৰীসভাৰ বিধায়িনী দলৰ বৈঠক ৷ মংগলবাৰৰ বিধায়িনী দলৰ বৈঠকৰ অন্ততহে ক'ব পৰা হ'ব, এই ৰাজনৈতিক বিশৃংখলতা চলিয়েই থাকিব, নে, ইয়াৰ অৱসান ঘটিব ৷

Rajasthan Political Crisis
Rajasthan Political Crisis

নিউজ ডেস্ক, 20 জুলাই : মংগলবাৰে অনুষ্ঠিত হ'ব ৰাজস্থান মন্ত্ৰীসভাৰ বিধায়িনী দলৰ বৈঠক ৷ মুখ্যমন্ত্ৰী অশোক গেহলটৰ অধ্যক্ষতাত ফেয়াৰমাউন্ট হোটেলত দিনৰ 11 বজাত অনুষ্ঠিত হ'ব এই বৈঠক ৷ ৰাজ্যখনত চলি থকা ৰাজনৈতিক সংঘাত সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ পানা চান্দ জৈনে ফোন টেম্পাৰিং সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ ব্যাখা আগবঢ়াই ৷ ফোন টেম্পাৰিং কি, ইয়াৰ বিধান কি আৰু এই সন্দৰ্ভত অনুমতি প্ৰদান কৰিব পৰা উৰ্ধনত কৰ্তৃপক্ষ কোন সেই সন্দৰ্ভত অৱগত কৰে প্ৰাক্তন ন্যাধীশগৰাকীয়ে ৷

শচীন পাইলটৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে মুখ্যমন্ত্ৰী অশোক গেহলটক ক্ষমা খোজাৰ দাবী তুলিছে পাইলটৰ সমৰ্থনকাৰী বিধায়ক হেমৰাম চৌধাৰীয়ে ৷ অশোক গেহলটৰ শিৱিৰৰ পৰা খেদাখোৱা অথবা নিলম্বিত হোৱা কংগ্ৰেছ বিধায়ক বিশ্বেন্দ্ৰ সিং ভাৰতপুৰে কয় যে, কিছুমান শিয়াললৈ তেওঁ ভয় নকৰে ৷ টুইটাৰযোগে বিধায়কজনে প্ৰকাশ কৰা এই মন্তব্যত তেওঁ আওপকীয়াকৈ গেহলটৰ কথাকে কৈছে ৷

মংগলবাৰৰ বিধায়িনী দলৰ বৈঠকৰ অন্ততহে ক'ব পৰা হ'ব, এই ৰাজনৈতিক বিশৃংখলতা চলিয়েই থাকিব, নে, ইয়াৰ অৱসান ঘটিব ৷

লগতে পঢ়ক : চিৰাঙত বানত জাহ গ'ল 27 টা পৰিয়ালৰ বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.