ETV Bharat / bharat

COVID-19: মুম্বাইত চৰকাৰী কৰ্মচাৰীৰ বাবে বৃদ্ধি ৰে'ল সেৱা - পীয়ুষ গোয়েল

মহাৰাষ্ট্ৰৰ চৰকাৰে বিভিন্ন কেন্দ্ৰীয় কৰ্মচাৰী তথা চৰকাৰী কাৰ্যালয়,প্ৰতিষ্ঠান সমূহৰ কৰ্মচাৰীসকলৰ বাবে স্থানীয় ৰে'ল সেৱা আগবঢ়োৱাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰক কৰা অনুমতি মঞ্জুৰ কৰে ৰে'ল মন্ত্ৰী পীয়ুষ গোৱেলে । মুম্বাইত এই কৰ্মচাৰীসকলৰ বাবে বুধবাৰৰ পৰা ১৫০ খন ৰে'ল সংযোগ কৰিব বুলি সদৰি কৰে ৰে'ল মন্ত্ৰী গৰাকীয়ে ।

COVID-19
COVID-19: মুম্বাইত চৰকাৰী কৰ্মচাৰীৰ বাবে বৃদ্ধি ৰে'ল সেৱা
author img

By

Published : Jul 1, 2020, 10:37 AM IST

নিউজ ডেস্ক, ১ জুলাইঃ মহাৰাষ্ট্ৰৰ মুম্বাইত ৰে'ল সেৱা ৩৫০ খনলৈকে বৃদ্ধি কৰা হ'ব বুলি সদৰি কৰে ৰে'ল মন্ত্ৰী পীয়ুষ গোৱেলে । মুম্বাইৰ মধ্য আৰ পশ্চিম ৰে'ল জ'নত এই ৰে'ল সংযোগ কৰা হৈছে বুলি মঙলবাৰে মন্তব্য় কৰে ৰে'ল মন্ত্ৰী পীয়ুষ গোৱেলে । কিন্তু এই ৰে'ল সেৱা কোন জ'ন পৰা চলিব সেয়া মহাৰাষ্ট্ৰ চৰকাৰে চিহ্নিত কৰিব বুলিও সদৰি কৰে মন্ত্ৰী গৰাকীয়ে ।

  • Railways to expand to 350 local trains in Mumbai from tomorrow.

    As identified by State govt., essential staff incl. employees of Centre, IT, GST, Customs, Postal, Nationalised Banks, MBPT, Judiciary, Defence & Raj Bhavan allowed. No services yet for general passengers. pic.twitter.com/QtegX16bLE

    — Piyush Goyal (@PiyushGoyal) June 30, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটাৰযোগে ৰে'ল মন্ত্ৰী গোৱেলে কয় যে, বুধবাৰৰ পৰা মুম্বাইত ৩৫০ খন ৰে'লৰ বৃদ্ধি কৰা হৈছে । কিন্তু কোন ষ্টেচন পৰা এই ৰে'ল সেৱা চলিব সেয়া চিহ্নিত কৰিব মহাৰাষ্ট্ৰ চৰকাৰে । বিশেষকৈ,কেন্দ্ৰীয় চৰকাৰী কৰ্মী,আইটি,জিএছটি সীমা শুক্ল,ডাক,ৰাষ্ট্ৰীয় বেংক,মুম্বাই পোৰ্ট ট্ৰাষ্ট,ন্যায়পালিকা,ৰক্ষা আৰু ৰাজভৱনৰ কৰ্মচাৰীৰ বাবে এই ৰে'ল সেৱা আগবঢ়োৱা হৈছে । অন্য ৰে'ল যাত্ৰীসকলৰ বাবে বৰ্তমান কোনো ধৰণৰ ৰে'ল সেৱা উপলব্ধ নাই ।

COVID-19
COVID-19: মুম্বাইত চৰকাৰী কৰ্মচাৰীৰ বাবে বৃদ্ধি ৰে'ল সেৱা

মধ্য ৰে'লৱে মুম্বাই ডিভিজনত পূৰ্বৰ পৰাই যাত্ৰীসকলৰ বাবে ২০০ খন ৰে'ল সেৱা প্ৰদান কৰা হৈছিল । তাৰোপৰি বুধবাৰৰ পৰা ১৫০ খন ৰে'ল সেৱা নতুনকৈ আৰম্ভ হ'ব বুলি সদৰি কৰে । যাৰ পৰিপ্ৰেক্ষিতত মুঠ ৩৫০ খন ৰে'ল সেৱা আৰম্ভ হ'ব মুম্বাইত । আনহাতে,এই ৰে'ল সমূহ যাত্ৰী অধিক যাত্ৰী থকা ষ্টেছনসমূহতহে ৰখা হ'ব বুলি সদৰি কৰে ৰে'ল কৰ্তৃপক্ষই ।

আনহাতে, সামাজিক দুৰত্ব বজাই ৰখাৰ বাবে মুঠ ১২০০ যাত্ৰী একেলগত যাব পৰা ৰে'ল সমূহত ৭০০ যাত্ৰীয়েহে যাত্ৰা কৰিব পাৰিব বুলি সদৰি কৰে ৰে'ল কৰ্তৃপক্ষই । ৰাজ্য চৰকাৰৰ দ্বাৰা চিনাক্ত কৰা বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলক পৰিচয় পত্ৰৰ জৰিয়তহে ষ্টেছনত প্ৰৱেশ কৰিব পাৰিব বুলি উল্লেখ কৰে । পাচত যাত্ৰী সকলক কিউআৰৰ যোগেৰে ই-পাছ প্ৰদান কৰা হ'ব বুলিও সদৰি কৰে ।

লগতে চাওকঃ ভাৰতত বিগত ২৪ ঘণ্টাত ৪১৮ গৰাকী কৰ'ণা ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.