ETV Bharat / bharat

COVID-19: কংগ্ৰেছ শাসনাধিষ্ঠ ৰাজ্যসমূহৰ প্ৰশংসাত পঞ্চমুখ ৰাহুল গান্ধী - কংগ্ৰেছ

কংগ্ৰেছ শাসিত ৰাজ্য়সমূহে মহামাৰী কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে অধিক সাহিকতাৰে যুঁজ দিছে বুলি প্ৰকাশ কৰি ৰাজ্যকেইখনৰ প্ৰশংসাত পঞ্চমুখ হয় যুৱ কংগ্ৰেছী নেতা ৰাহুল গান্ধী । শুকুৰবাৰে টুইটাৰযোগে ৰাজস্থান, ছত্তিশগড়, পাঞ্জাৱ আৰু পণ্ডিছেৰীৰ প্ৰশংসা কৰে ৰাহুল গান্ধীয়ে ।

ৰাহুল গান্ধী
COVID-19: কংগ্ৰেছে শাসন কৰা ৰাজ্যসমূহৰ প্ৰশংসাত পঞ্চমুখ ৰাহুল গান্ধী
author img

By

Published : Apr 17, 2020, 10:48 PM IST

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ কংগ্ৰেছে শাসন চলোৱা দেশৰ বিভিন্ন ৰাজ্যসমূহত মহামাৰী COVID-19 ৰ পৰা পৰিত্ৰান পাবৰ বাবে ফলদায়ক পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰশংসা কৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে । য'ত ইচ্ছা থাকে, তাতে উপায় ওলাই বুলি মন্তব্য প্ৰকাশ কৰি কংগ্ৰেছে শাসন চলোৱা ৰাজ্যসমূহৰ প্ৰশংসাত পঞ্চমুখ হয় ৰাহুল গান্ধী ।

ৰাহুল গান্ধী
COVID-19: কংগ্ৰেছে শাসন কৰা ৰাজ্যসমূহৰ প্ৰশংসাত পঞ্চমুখ ৰাহুল গান্ধী

শুকুৰবাৰে ৰাহুল গান্ধীয়ে টুইটাৰযোগে কয় যে, কংগ্ৰেছ শাসিত ৰাজ্য় ৰাজস্থান, ছত্তিশগড়, পাঞ্জাৱ আৰু পণ্ডিছেৰীয়ে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ লোৱা পদক্ষেপ প্ৰশংসনীয় । কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ বাবে বেলেগকৈ হাস্পতাল প্ৰস্তুত কৰা হৈছে । ছত্তিশগড়ত মাত্ৰ ২০ দিনৰ ভিতৰত ২০০ খন বিচনাযুক্ত হাস্পতাল তৈয়াৰ কৰিছে ৰাজ্য চৰকাৰে ।

  • कॉंग्रेस शासित राज्य: राजस्थान,पंजाब, छत्तीसगढ़ और पुदुच्चेरी #Covid19 का डटकर सामना कर रहे हैं। नए, विशेष अस्पताल तैयार किए जा रहे हैं, जैसे छत्तीसगढ़ में यह 200 बेड का विशेष-कोरोना अस्पताल जो मात्र 20 दिन में इलाज के लिए तैयार किया गया है।जहाँ चाह, वहाँ राह। pic.twitter.com/RYs1sayphB

    — Rahul Gandhi (@RahulGandhi) April 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, কংগ্ৰেছ দলে প্ৰথম অৱস্থাত দেশৰ ৰাজধানী দিল্লীত শাসন চলোৱা কেজৰিৱাল চৰকাৰে মহামাৰীৰ বিৰুদ্ধে লোৱা পদক্ষেপসমূহ অনুসৰণ কৰিবলৈ কৈছিল কংগ্ৰেছ শাসিত ৰাজ্যসমূহক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.