ETV Bharat / bharat

WHATSAPP যোগে ISI ক সেনাৰ তথ্য প্ৰদান ভাৰতীয় নাগৰিকৰ - etv bharat

পাঞ্জাৱৰ ফৰিদকোটৰ পৰা দেওবাৰে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে

হোৱাট্ছএপযোগে ISI-ক সেনাৰ তথ্য যোগান এজন ব্যক্তিৰ
author img

By

Published : Jul 1, 2019, 12:50 PM IST

Updated : Jul 1, 2019, 7:03 PM IST

ফৰিদকোট, 1 জুলাইঃ পাকিস্তানী সংস্থা আইএছআইক সেনাবাহিনীৰ গোপন তথ্য যোগান ধৰাৰ অভিযোগত পাঞ্জাৱৰ ফৰিদকোটৰ পৰা দেওবাৰে এজন ব্যক্তিক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ ধৃত ব্যক্তিগৰাকীৰ নাম সুখবিন্দৰ সিং সিধু বুলি জানিব পৰা গৈছে ৷ সুখবিন্দৰ সিং সিধুৰ পৰা বহুতো নথি-পত্ৰও জব্দ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

WHATSAPP যোগে ISI ক সেনাৰ তথ্য প্ৰদান ভাৰতীয় নাগৰিকৰ

2015 বৰ্ষত পাকিস্তানলৈ ৰাওনা হৈছিল মোগা জিলাৰ বাসিন্দা সুখবিন্দৰ সিং ৷ আৰু সেই সময়তেই পাকিস্তানত থিতাপি লৈ থকা কেইবাগৰাকীও ISI- এজেন্টৰ সৈতে পৰিচিত হয় ৷ তাৰ পিচৰে পৰা ভাৰতীয় সেনাৰ বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য Whatsapp যোগে
যোগান ধৰিছিল বুলি প্ৰকাশ কৰে পাঞ্জাৱৰ আৰক্ষী অধীক্ষক ইয়াদবিন্দৰ সিঙে ৷

Last Updated : Jul 1, 2019, 7:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.