নিউজ ডেস্ক, ১৫ জুন : লকডাউনৰ মাজতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কৃষিক্ষেত্ৰৰ বাবে কেন্দ্ৰৰ নিৰ্দেশৰ পৰ্যালোচনা কৰাৰ আহ্বান জনাইছে ।
মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰীক এখন পত্ৰৰ জৰিয়তে সকলো ভাৰতীয়ৰ মংগলৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ সহযোগিতা কৰাৰ বাবে সহযোগিতা বিচাৰিছে । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে APMC ৰ অধীনত কৃষি বজাৰ আৰু ভৌতিক সীমাৰ বাহিৰেও আৰু লগতে কৃষিৰ উদপাদন বৃদ্ধি কৰাৰ বাবে চেষ্টা চলাইছে ।
পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, কৃষকৰ চিন্তা আৰু সামগ্ৰিক উন্নতিৰ বাবে এই চিন্তা কৰা হৈছে ৷