ETV Bharat / bharat

জনা-নজনা: কোন দেশত কি ধৰ্ষণৰ শাস্তি ? - আজৱ

পৃথিৱীৰ অন্য দেশত কেনেদৰে প্ৰদান কৰা হয় ধৰ্ষণৰ শাস্তি ? কোনো দেশত ধৰ্ষণৰ শাস্তি কেনে ধৰণৰ হয় আপুনি জানেনে ?

জনা-নজনা
জনা-নজনা
author img

By

Published : Oct 5, 2020, 4:17 PM IST

নিউজ ডেস্ক, 5 অক্টোবৰ: মানৱ সভ্যতাৰ ঘৃণনীয় অপৰাধ হৈছে হত্যা আৰু অধিকাংশ দেশতে এই দুয়ো অপৰাধৰ বাবে প্ৰদান কৰা হয় সৰ্বোচ্চ শাস্তি ৷ ধৰ্ষণ প্ৰমাণিত হ'লে ভাৰতত মৃত্যুদণ্ড পৰ্যন্ত শাস্তি প্ৰদান কৰা হয় ৷ আজীৱন কাৰাদণ্ডও হ'ব পাৰে ৷ তেনেদৰে পৃথিৱীৰ অন্য দেশতো ধৰ্ষণৰ শাস্তি অতি কঠিনভাৱে বিহা হয় ৷ সেই শাস্তিবোৰ কেনেধৰণৰ ?

চীন:

চীনত ধৰ্ষণৰ শাস্তি অতি কঠোৰভাৱে প্ৰদান কৰা হয় ৷ অভিযুক্ত দোষী প্ৰমাণিত হ'লেই প্ৰদান কৰা হয় মৃত্যুদণ্ড ৷ আনহাতে কেতিয়াবা অপৰাধৰ চৰিত্ৰ আৰু গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি অপৰাধীৰ যৌনাংগ পৰ্যন্ত কাটি পেলোৱা হয় ৷

নেডাৰলেণ্ড:

নেডাৰলেণ্ডত যৌন উৎপীড়নকো ধৰ্ষণ হিচাপেই ধৰা হয় ৷ আনকি অনুমতিবিহীন চুম্বনো দেশখনত ধৰ্ষণ ৷ অপৰাধৰ গুৰুত্ব আৰু অপৰাধীৰ বয়সৰ ওপৰত ভিত্তি কৰি 4 ৰ পৰা 15 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে ৷ উল্লেখ্য যে, যৌনকৰ্মী সকলৰ ওপৰত চলা যৌন নিৰ্যাতনক অধিকাংশ দেশতে অপৰাধ বুলি গণ্য কৰা নহয় ৷ কিন্তু মেডাৰলেণ্ডত এই ক্ষেত্ৰতো এৰি দিয়া নহয় অপৰাধীক ৷ হ'ব পাৰে 4 বছৰ পৰ্যন্ত কাৰাদণ্ড ৷

ফ্ৰান্স:

এই দেশত ধৰ্ষণৰ শাস্তি অতি কমেও 15 বছৰৰ কাৰাদণ্ডৰ লগতে, শাৰীৰিক নিৰ্যাতন ৷ নিৰ্যাতিতাৰ ক্ষতিৰ পৰিমাণ লক্ষ্য কৰি শাস্তি প্ৰদান কৰা হয় ৷ 30 বছৰ পৰ্যন্ত যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে ৷

আফগানিস্তান:

আফগানিস্তানত ৰায়দানৰ 4 দিনৰ ভিতৰতে দোষীক শাস্তি প্ৰদান কৰা হয় ৷ জেইল বা ফাঁচী নহয় ৷ ধৰ্ষণকাৰীৰ মূৰত গুলীয়াই মৃত্যুদণ্ড প্ৰদান কৰা হয় ৷

উত্তৰ কোৰিয়া:

ৰাষ্ট্ৰপতি কিমৰ দেশত ধৰ্ষণৰ বিচাৰৰ ক্ষেত্ৰত তিলমানো সময় অপব্যয় কৰা নহয় ৷ শাস্তি অতি দ্ৰুত ৷ ধৰ্ষণকাৰীক ফায়াৰিং স্কোৱাডৰ সন্মুখত ৰখা হয় আৰু গুলীৰে থকাসৰকা কৰি মৃত্যুদণ্ড প্ৰদান কৰা হয় ৷

ৰাছিয়া:

ইয়াত অতি কমেও 3 বছৰৰ কাৰাদণ্ড প্ৰদান কৰা হয় ৷ অপৰাধৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি 30 বছৰ পৰ্যন্ত শাস্তি হ'ব পাৰে ৷

চৌদি আৰৱ:

চৌদি আৰৱত বৰ্তমানেও অব্যাহত মধ্যযুগীয় শাস্তিৰ ব্যৱস্থা ৷ অভিযোগ প্ৰমাণিত হ'লেই ৰাইজৰ সন্মুখত ধৰ্ষণকাৰীৰ শিৰচ্ছেদ কৰা হয় ৷

সংযুক্ত আৰৱ গণৰাজ্য:

ইয়াতে যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ শাস্তি মানেই ফাঁচী ৷ অপৰাধ প্ৰমাণিত হ'লে 7 দিনৰ ভিতৰত কাৰ্যকৰী কৰা হয় মৃত্যুদণ্ড ৷

গ্ৰীচ:

অন্যতম ভয়ৱহ শাস্তি ৷ গ্ৰীচত কোনো ব্যক্তিৰ বিৰুদ্ধে ধৰ্ষণ প্ৰমাণিত হ'লেই একমাত্ৰ শাস্তি, জুইত জ্বলাই মৃত্যুদণ্ড প্ৰদান ৷

মিছৰ:

চৌদি আৰৱৰ দৰেই জনমানসৰ সন্মুখতে শাস্তি প্ৰদান কৰা হয় মিছৰত ৷ যাতে অন্য লোকেও কঠোৰ শিক্ষা লাভ কৰে ৷ সকলোৰে সন্মুখত ফাঁচী প্ৰদান কৰা হয় ধৰ্ষকক ৷

নৰৱে:

এই দেশত ধৰ্ষণৰ বলি হোৱা লোকগৰাকীৰ ক্ষতিৰ পৰিমাণ বুজি সেই মতে শাস্তি প্ৰদান কৰা হয় ৷ 4 ৰ পৰা 15 বছৰ পৰ্যন্ত হয় কাৰাদণ্ড ৷

ইজৰাইল:

ইজৰাইলত কাৰাদণ্ডই শাস্তি ৷ অপৰাধ প্ৰমাণিত হ'লে 4 ৰ পৰা 16 বথৰ পৰ্যন্ত কাৰাদণ্ড ৷

লগতে পঢ়ক: জনা-নজনা: এই গাঁৱত পুৰুষৰ প্ৰৱেশ নিষেধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.