ETV Bharat / bharat

10 ঘন্টাৰ অন্তত সাময়িকভাৱে স্থগিত দিল্লী আৰক্ষীৰ প্ৰতিবাদ

অৱশেষত দহ ঘন্টাৰ অন্তত সাময়িকভাৱে স্থগিত কৰা হ'ল দিল্লী আৰক্ষীৰ প্ৰতিবাদ ৷ কেইবাটাও দাবীৰ অন্তত প্ৰতিবাদীকাৰী আৰক্ষীয়ে সাময়িকভাৱে স্থগিত ৰাখে প্ৰতিবাদ ৷ দাবী সমূহ কাৰ্যকাৰী নহ'লে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব দিল্লী আৰক্ষীয়ে ৷

সাময়িকভাৱে স্থগিত দিল্লী আৰক্ষীৰ প্ৰতিবাদ
author img

By

Published : Nov 5, 2019, 11:39 PM IST

নিউজ ডেস্ক, 5 নৱেম্বৰঃ অৱশেষত দহ ঘন্টাৰ অন্তত সাময়িকভাৱে স্থগিত কৰা হ'ল দিল্লী আৰক্ষীৰ প্ৰতিবাদ ৷ তিছ হাজাৰী সংঘৰ্ষক কেন্দ্ৰ কৰি অধিবক্তাসকলে কৰ্মবিৰতি ঘোষণা কৰাৰ পাচতেই মঙলবাৰে আৰক্ষী বাহিনীয়েও সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আৰক্ষী বাহিনীয়ে ৷

10 ঘন্টাৰ অন্তত সাময়িকভাৱে স্থগিত দিল্লী আৰক্ষীৰ প্ৰতিবাদ

কেইবাটাও দাবীৰ অন্তত প্ৰতিবাদীকাৰী আৰক্ষীয়ে সাময়িকভাৱে স্থগিত ৰাখে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী দিল্লী আৰক্ষীৰ মুখ্য দাবী সমূহ ক্ৰমেঃ

  • আৰক্ষী ৱেলফেয়াৰ এছ'চিয়েচন গঠন
  • আৰক্ষীৰ ওপৰত আক্ৰমণ হ'লে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা
  • নিলম্বিত আৰক্ষীক পুনৰ কৰ্মত নিয়োজিত কৰা
  • দোষী অধিবক্তাসকলক শাস্তি প্ৰদান কৰা

দিল্লী আৰক্ষীৰ দাবী সমূহৰ ওপৰত পুনৰ বিবেচনা কৰা হ'ব বুলি জনাই আৰক্ষী বিষয়াই ৷ ইপিনে, আৰক্ষীৰ প্ৰতিবাদ স্থগিত কৰাৰ পাচতেই দিল্লী আৰক্ষী মুখ্য কাৰ্যালয়ৰ সন্মুখৰে পুনৰ আৰম্ভ হয় যান বাহন চলাচল ৷

  • Lieutenant Governor of Delhi, Anil Baijal: Best possible treatment to be ensured for injured advocates and police personnel. Suitable ex-gratia compensation to be given to the injured officers of Delhi Police as well. (File pic) pic.twitter.com/jnxQxYw14g

    — ANI (@ANI) November 5, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়কঃ কাৰ্য়ালয়ত জীৱন্তে জ্বলাই দিয়া হ'ল মৌজাদাৰক !

সমগ্ৰ ঘটনা সন্দৰ্ভত দিল্লীৰ লেঃগভৰ্ৱনৰ অনিল বিজে জ্যোষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ আহত আৰক্ষী বিষয়া আৰু অধিবক্তা সকলক উপযুক্ত সাহাৰ্য প্ৰদান কৰা হ'ব বুলিও বৈঠকৰ অন্তত ঘোষণা কৰা হয় ৷

Intro:Body:

10 ঘন্টাৰ অন্তত সাময়িকভাৱে স্থগিত দিল্লী আৰক্ষীৰ প্ৰতিবাদ

নিউজ ডেস্ক, 5 নৱেম্বৰঃ অৱশেষত 10 ঘন্টাৰ অন্তত সাময়িকভাৱে স্থগিত কৰা হ'ল দিল্লী আৰক্ষীৰ প্ৰতিবাদ ৷ তিছ হাজাৰী সংঘৰ্ষক কেন্দ্ৰ কৰি অধিবক্তাসকলে কৰ্মবিৰতি ঘোষণা কৰাৰ পাচতেই মঙলবাৰে আৰক্ষী বাহিনীয়েও সাব্যস্ত কৰে প্ৰতিবাদ ৷দিল্লীৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত ৰূপায়ন কৰে আৰক্ষী বাহিনীয়ে ৷

কেইবাটাও দাবীৰ অন্তত প্ৰতিবাদী কাৰী আৰক্ষীয়ে সাময়িকভাৱে স্থগিত ৰাখে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী দিল্লী আৰক্ষীৰ মুখ্য দাবী সমূহ ক্ৰমেঃ

আৰক্ষী ৱেলফেয়াৰ এছ'চিয়েচন গঠন

আৰক্ষীৰ ওপৰত আক্ৰমণ হ'লে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা

নিলম্বিত আৰক্ষীক পুনৰ কৰ্মত নিয়োজিত কৰা

দোষী অধিবক্তাসকলক  শাস্তি প্ৰদান কৰা

দিল্লীৰ আৰক্ষীৰ দাবী সমূহৰ ওপৰত পুনৰ বিবেচনা কৰা হ'ব বুলি জনাই আৰক্ষী বিষয়াই ৷ ইপিনে, আৰক্ষীৰ প্ৰতিবাদ স্থগিত কৰাৰ পাচতেই দিল্লী আৰক্ষী মুখ্য কাৰ্যালয়ৰ সন্মুখত পুনৰ যান বাহন চলাচল কৰে ৷

সমগ্ৰ ঘটনা সন্দৰ্ভত দিল্লীৰ লেঃগৱৰ্ভনৰ অনিল বেজ জ্যোষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ আহত আৰক্ষী বিষয়া আৰু অধিবক্তা সকলক উপযুক্ত সাহাৰ্য প্ৰদান কৰা হ'ব বুলিও বৈঠকৰ অন্তত ঘোষণা কৰা হয় ৷  

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.