ETV Bharat / bharat

মোডীৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ

দুদিনীয়া ভ্ৰমণসূচীৰে 8 জুনত মালদ্বীপলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

মোডীৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
author img

By

Published : Jun 3, 2019, 5:39 PM IST

নিউজ ডেস্ক, 3 জুন : দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পাচত মোডীৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ ৷ দ্বিপাক্ষিক সম্পৰ্কৰ উন্নীতকৰণৰ স্বাৰ্থত 8 জুনত মালদ্বীপলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ চলিহৰ আমন্ত্ৰণ ক্ৰমে দেশখনত উপস্থিত হ'ব ভাৰতৰ প্ৰধামন্ত্ৰীগৰাকী ৷

ইব্ৰাহিম মহম্মদ চলিহৰ অনুৰোধ মৰ্মে মালদ্বীপৰ সংসদত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ মালদ্বীপৰ সংসদৰ 80 জন সদস্যৰ ভোটদানেৰে সন্মত হয় দেশখনৰ সংসদত মোডীৰ ভাষণ সন্দৰ্ভত ৷

মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল্লা যামিনৰ চীনা প্ৰীতিৰ বাবেই ভাৰত আৰু মালদ্বীপৰ মাজত পূৰ্বে নাছিল বন্ধুত্বসুলভ সম্পৰ্ক ৷ কিন্তু ইব্ৰাহিম মহম্মদ চলিহ দেশখনৰ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হোৱাৰ পাচতেই দ্বিপাক্ষিক সম্পৰ্কৰ উন্নয়ন ঘটিছে দুয়োখন দেশৰে মাজত ৷

Intro:It is confirmed that Prime Minister Narendra Modi will be visiting Maldives on June 8. PM Modi will be visiting Maldives on invitation of Maldivian President Ibrahim Mohammed Solih. This will be PM Modi's first foreign visit post his re-election.

Body:Recently, Maldvian parliament unanimously passed a resolution after which PM Modi is likely to address the house. The motion was passed with 80 votes with no lawmaker voting against it.

India-Maldives relationship had gone through a rough patch during former Maldivian President Abdullah Yameen's tenure. Yameen's pro-China had became a matter of bone of contention between both countries. Since President Solih was voted to power last year, relationship between India and Maldives is back on track yet again.

Conclusion:Meanwhile, Prime Minister Narendra Modi is also likely to visit Sri Lanka after his Maldivian visit. During his recently concluded visit, Sri Lankan President Mithripala Sirisena said that PM Modi will visit Ceylon after finishing his bilateral visit to Maldives.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.