ETV Bharat / bharat

আজি ১১ বজাত সম্প্ৰচাৰ হ'ব প্ৰধানমন্ত্ৰীৰ "মন কি বাত" - Prime Minister Modi to share thoughts in 'Mann ki Baat' at 11 am today

দেওবাৰে ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ গ্ৰহণ কৰিব মাহিলী ৰেডিঅ' অনুষ্ঠান "মন কি বাত"ৰ ৬৬ তম সংস্কৰণত । প্ৰতি মাহৰ শেষৰটো দেওবাৰত সম্প্ৰচাৰিত হোৱা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰি দেশৰ বিভিন্ন বিষয় সন্দৰ্ভত অৱগত কৰি আহিছে ।

মন কি বাত
আজি ১১ বজাত সম্প্ৰচাৰ প্ৰধানমন্ত্ৰীৰ "মন কি বাত"ৰ ৬৬ তম সংস্কৰণ
author img

By

Published : Jun 28, 2020, 10:19 AM IST

নিউজ ডেস্ক, ২৮ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে অংশ গ্ৰহণ কৰি তেখেতৰ মাহিলী ৰেডিঅ' অনুষ্ঠান "মন কি বাত"ৰ ৬৬ তম সংস্কৰণত । দেওবাৰে পুৱা ১১ বজাৰ পৰা এই অনুষ্ঠান আৰম্ভ হ'ব বুলি শনিবাৰে টুইটযোগে সদৰি কৰে মোডীয়ে । প্ৰধানমন্ত্ৰী গৰকীৰ ৰেডিঅ' অনুষ্ঠান "মন কি বাত" প্ৰত্যেক মাহৰ শেষৰটো দেওবাৰত সম্প্ৰচাৰ কৰা হয় । য'ত প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ বিভিন্ন ঘটনা তথা দেশৰ পৰিস্থিতি সন্দৰ্ভত জনসাধৰণৰ আগত প্ৰকাশ কৰি আহিছে ।

মন কি বাত
আজি ১১ বজাত সম্প্ৰচাৰ প্ৰধানমন্ত্ৰীৰ "মন কি বাত"ৰ ৬৬ তম সংস্কৰণ

মোডীয়ে অংশ গ্ৰহণ কৰা এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শন সম্প্ৰচাৰিত হোৱাৰ উপৰিও AIR,DD News,PMO আৰু তথ্য আৰু সম্প্ৰসাৰণ মন্ত্ৰণালয়ৰ ইউটিউব চেনেলত সম্প্ৰচাৰ কৰা হয় ।

আনহাতে, বিগত মাহত দেশবাসীৰ কাৰণে সম্বোধন কৰা "মন কি বাত"ত প্ৰধানমন্ত্ৰী গৰাকীয়ে বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'ণা ভাইৰাছকলৈ দেশবাসীক শংকিত নহ'বলৈ কোৱাৰ উপৰিও ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ সামজিক দূৰত্ব বজাই ৰাখি সকলো কাম কাজ কৰা আৰু মাস্ক পৰিধাণ আৰু হাত ধুই থাকিবলৈ আহ্বান জনাই দেশবাসীক ।

উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ বাবে সমগ্ৰ দেশজুৰি কেন্দ্ৰীয় চৰকাৰে ২৫ মাৰ্চলৈকে চলা লক ডাউনৰ এদিন পাচতে সম্প্ৰচাৰিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিগত "মন কি বাত" অনুষ্ঠান ।

লগতে পঢ়ক : ভাৰত মাতৃৰ সুযোগ্য সন্তান আৰু এজন ফ্ৰেইণ্ড, ফিল’ছফাৰ, গাইডলৈ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.