ETV Bharat / bharat

সন্তান প্ৰসৱ কৰাৰ পাচতেই কৰ্মস্থলীত যোগদানত বাধা শিক্ষয়িত্ৰীক - কেৰালা শিক্ষয়িত্ৰী

বিবাহৰ চাৰিমাহৰ ভিতৰতেই সন্তান জন্ম দি বিদ্যালয় কৰ্তৃপক্ষৰ ৰোষত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৷

সন্তান প্ৰসৱ কৰাৰ পাচতেই কৰ্মস্থলীত যোগদানত বাধা শিক্ষয়িত্ৰীক
author img

By

Published : Jun 20, 2019, 10:18 AM IST

নিউজ ডেস্ক, 20 জুন: বিবাহৰ চাৰিমাহৰ পাচতেই সন্তান প্ৰসৱ কৰা বাবেই বিদ্যালয়ত প্ৰৱেশ কৰাত বাধা শিক্ষয়িত্ৰীক ৷ কেৰালাৰ এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা ৷

33 বছৰীয়া শিক্ষয়িত্ৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি, প্ৰসৱ ছুটী সমাপ্ত কৰি বিদ্যালয়ত পুনৰ যোগদান কৰিবলৈ বিচৰাত তেওঁক বাধা আৰোপ কৰে বিদ্যালয় কৰ্তৃপক্ষ তথা অভিভাৱক-শিক্ষক সন্থাই ৷ ইয়াৰ উপৰি শিক্ষয়িত্ৰীগৰাকীক মৌখিক ভাৱেও অপদস্থ কৰে বিদ্যালয় কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, প্ৰথম স্বামীৰ লগত মতানৈক্য ঘটি বিবাহ-বিচ্ছেদ ঘটাৰ উপক্ৰম হৈছিল শিক্ষয়িত্ৰীগৰাকীৰ ৷ কিন্তু বিবাহ-বিচ্ছেদ প্ৰক্ৰিয়া সমাপ্ত হ'বলৈ যথেষ্ট সময় প্ৰয়োজন হোৱাত নিজৰ প্ৰেমিকৰ সৈতে একেলগে থাকিবলৈ লৈছিল শিক্ষয়িত্ৰীগৰাকীয়ে ৷ সন্তান প্ৰসৱৰ চাৰিমাহৰ পূৰ্বে দ্বিতীয় স্বামীৰ লগত আইনগত ভাৱে বিবাহ বান্ধোনত বান্ধ খাইছিল কেৰালাৰ শিক্ষয়িত্ৰীগৰাকী ৷ সমস্ত ঘটনা সন্দৰ্ভত কোট্টাক্কাল আৰক্ষী চকীত এক এজাহাজাৰ দাখিল কৰিছে ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীয়ে ৷

Primary teacher expelled for delivering child after 4 months of marriage in Kerala

সন্তান প্ৰসৱ কৰাৰ পাচতেই কৰ্মস্থলীত যোগদানত বাধা শিক্ষয়িত্ৰীক

বিবাহৰ চাৰিমাহৰ ভিতৰতেই সন্তান জন্ম দি বিদ্যালয় কৰ্তৃপক্ষৰ ৰোষত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী৷

নিউজ ডেস্ক, 20 জুন: বিবাহৰ চাৰিমাহৰ পাচতেই সন্তান প্ৰসৱ কৰা বাবেই বিদ্যালয়ত প্ৰৱেশ কৰাত বাধা শিক্ষয়িত্ৰীক৷ কেৰালাৰ এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা৷

33 বছৰীয়া শিক্ষয়িত্ৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি, প্ৰসৱ ছুটী সমাপ্ত কৰি বিদ্যালয়ত পুনৰ যোগদান কৰিবলৈ বিচৰাত তেওঁক বাধা আৰোপ কৰে বিদ্যালয় কৰ্তৃপক্ষ তথা অভিভাৱক-শিক্ষক সন্থাই৷ ইয়াৰ উপৰি শিক্ষয়িত্ৰীগৰাকীক মৌখিক ভাৱেও অপদস্থ কৰে বিদ্যালয় কৰ্তৃপক্ষই৷

উল্লেখ্য যে, প্ৰথম স্বামীৰ লগত মতানৈক্য ঘটি বিবাহ-বিচ্ছেদ ঘটাৰ উপক্ৰম হৈছিল শিক্ষয়িত্ৰীগৰাকীৰ৷কিন্তু বিবাহ-বিচ্ছেদ প্ৰক্ৰিয়া সমাপ্ত হ'বলৈ যথেষ্ট সময় প্ৰয়োজন হোৱাত নিজৰ প্ৰেমিকৰ সৈতে একেলগে থাকিবলৈ লৈছিল শিক্ষয়িত্ৰীগৰাকীয়ে৷ সন্তান প্ৰসৱৰ চাৰিমাহৰ পূৰ্বে দ্বিতীয় স্বামীৰ লগত আইনগত ভাৱে বিবাহ বান্ধোনত বান্ধ খাইছিল কেৰালাৰ শিক্ষয়িত্ৰীগৰাকী৷ সমস্ত ঘটনা সন্দৰ্ভত কোট্টাক্কাল আৰক্ষী চকীত এক এজাহাজাৰ দাখিল কৰিছে ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীয়ে৷ 
images.png
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.