ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰপতি শাসনকাল ছয় মাহলৈ বৃদ্ধি - etv bharat

আগন্তুক তিনি জুলাইৰ পৰা ৰাজ্যখনত আৰম্ভ হ'ব ৰাষ্ট্ৰপতি শাসনকালৰ ম্যাদ

জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰপতি শাসনকাল ছয় মাহলৈ বৃদ্ধি
author img

By

Published : Jun 29, 2019, 12:29 AM IST

নতুন দিল্লী, 29 জুনঃ ছয় মাহলৈ বৃদ্ধি কৰা হল জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰপতি শাসনকালৰ ম্যাদ ৷ শুকুৰবাৰে লোকসভাত এই প্ৰস্তাৱক অনুমোদন দিয়া হয় ৷ আগন্তুক তিনি জুলাইৰ পৰা ৰাজ্যখনত আৰম্ভ হ'ব ৰাষ্ট্ৰপতি শাসনকালৰ ম্যাদ ৷

উল্লেখ্য যে, বিগত বৰ্ষত শাসনাধীষ্ঠ বিজেপি দলে জম্মু-কাশ্মীৰত পিডিপি দলৰ সৈতে মিত্ৰতা ভংগ কৰি দিয়ে আৰু তাৰ পিচতে ৰাজ্যখনত ৰাজ্যপালৰ শাসন জাৰী কৰা হয় ৷ 19 ডিচেম্বৰত সেই ম্যাদ অন্ত পৰাৰ পিচতে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰী কৰা হয় ৷ আনহাতে, ৰাজ্যখনত লোকসভা নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচন হোৱাৰ আশা কৰা হৈছিল যদিও লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ল যদিও এই পৰ্যন্ত হোৱা নাই বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷

Intro:Body:

ss

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.