নতুন দিল্লী , 25 মে' : ৰাষ্ট্ৰপতি ৰামনাথ ক'বিন্দক নৰেন্দ্ৰ মোডীৰ সাক্ষাৎ ৷ নেতাগৰাকীক দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি ৷
-
Rashtrapati Bhavan: Exercising powers vested in him under Article 75 (1) of the Constitution of India, President Ram Nath Kovind, today appointed Narendra Modi to the office of Prime Minister of India pic.twitter.com/63lfkNtzsD
— ANI (@ANI) May 25, 2019 " class="align-text-top noRightClick twitterSection" data="
">Rashtrapati Bhavan: Exercising powers vested in him under Article 75 (1) of the Constitution of India, President Ram Nath Kovind, today appointed Narendra Modi to the office of Prime Minister of India pic.twitter.com/63lfkNtzsD
— ANI (@ANI) May 25, 2019Rashtrapati Bhavan: Exercising powers vested in him under Article 75 (1) of the Constitution of India, President Ram Nath Kovind, today appointed Narendra Modi to the office of Prime Minister of India pic.twitter.com/63lfkNtzsD
— ANI (@ANI) May 25, 2019
শনিবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিগৰাকীক নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰে ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 75 ভাগ 1 ৰ অধীনত প্ৰাপ্ত অধিকাৰ অনুসৰি নৰেন্দ্ৰ মোডীক প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ৷
ইয়াৰ পূৰ্বে এন ডি এৰ প্ৰতিনিধি দলে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি নৰেন্দ্ৰ মোডীক দলটোৰ সংসদীয় নেতা হিচাপে নিৰ্বাচিত কৰাৰ বিষয়ে আনুষ্ঠানিক ভাৱে অৱগত কৰে ৷