ETV Bharat / bharat

গণতন্ত্ৰ দিৱসৰ বাবে সাজু কৰা হৈছে ইণ্ডিয়া গে’টৰ চৌপাশ - গণতন্ত্ৰ দিৱসৰ বাবে সাজু কৰা হৈছে ইণ্ডিয়া গে’টৰ চৌপাশ

71 তম গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে ইণ্ডিয়া গে’টৰ চৌপাশত ৷ দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেবিনেট মন্ত্ৰীসকলৰ লগতে দেশ-বিদেশৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকিবলগীয়া গণতন্ত্ৰ দিৱসৰ নিৰাপত্তাৰ বাবে বহু আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

preparation for republic day celebration in delhi
আৰম্ভ হৈছে গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতি
author img

By

Published : Jan 2, 2020, 7:56 PM IST

নেশ্বনেল ডেস্ক , 2 জানুৱাৰীঃ 71 তম গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে অগ্ৰসৰ হৈছে ভাৰতবৰ্ষ ৷ ইতিমধ্যেই দিল্লীৰ ইণ্ডিয়া গে'টৰ সমুখত আৰম্ভ হৈছে গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতি ৷ প্ৰত্যেক বছৰেই গণতন্ত্ৰ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনৰ সমুখত বিশেষ কাৰ্যক্ৰমৰ আয়োজন কৰা হয় ৷ প্ৰত্যেক বছৰেই গণতন্ত্ৰ দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠান উপভোগ কৰিবৰ বাবে দেশৰ বহু লাখ লোক সমবেত হোৱাৰ লগতে সেই ক্ষণৰ সাক্ষী হ'বলৈ বহু বিদেশী লোকো ইণ্ডিয়া গে'টৰ সমুখত উপস্থিত হয় ৷

প্ৰত্যেক বছৰে গণতন্ত্ৰ দিৱসৰ প্ৰায় এমাহ আগৰে পৰাই সেই অনুষ্ঠানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হয় ৷ সুৰক্ষা, চৌপাশ পৰিস্কাৰ, সজ্জাৰ বাবে বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ ৰাজপথৰ কাষৰ মৈদানত প্ৰায় এমাহ আগৰে পৰাই দৰ্শকৰ বাবে আসনৰ ব্যৱস্থা কৰাৰ লগতে ইণ্ডিয়া গে’টৰ ওচৰত থকা হ্ৰদ সমূহ চাফা কৰাৰ ব্যৱস্থা কৰা হয় ৷ বিগত বৰ্ষসমূহৰ দৰে এই বছৰো দেশ বিদেশৰ বহু বিশিষ্ট অতিথি এই বিশেষ অনুষ্ঠানটোত উপস্থিত থাকিব ৷

আৰম্ভ হৈছে গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতি

1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ সংবিধান গৃহীত হোৱাৰ পাছত প্ৰত্যেক বছৰেই উক্ত দিনটোত ইণ্ডিয়া গে’টৰ সমুখত বাৰেৰহণীয়া কাৰ্যসূচীৰে গণতন্ত্ৰ দিৱস পালন কৰা হয় ৷ দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেবিনেট মন্ত্ৰীসকলৰ লগতে দেশ-বিদেশৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকিবলগীয়া অনুষ্ঠানটোৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে বহু আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়কঃঅসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ পোষকতা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

Intro:इस बार देश 71 वां गणतंत्र दिवस मनाने जा रहा है. जिसकी तैयारियां दिल्ली के इंडिया गेट पर शुरू हो चुकी हैं. गौरतलब है कि राजधानी में 26 जनवरी के दिन गणतंत्र दिवस के मौके पर भव्य कार्यक्रम का आयोजन किया जाता है. खासतौर पर विशाल परेड निकाली जाती है, जिसे देखने के लिए लाखों की तादाद में लोग इंडिया गेट पर पहुंचते हैं इसके अलावा कई विदेशी मेहमान भी इस कार्यक्रम का हिस्सा बनते हैं.

Body:इंडिया गेट पर गणतंत्र दिवस को लेकर तैयारियां शुरू
गणतंत्र दिवस के इस विशाल कार्यक्रम के लिए तैयारियां भी महीनों पहले से शुरू हो जाती हैं, सुरक्षा, साफ-सफाई, सजावट हर एक चीज को लेकर विशेष व्यवस्था की जाती है. इतनी तादाद में लोग इस कार्यक्रम को देखने के लिए पहुंचते हैं जिसके लिए राजपथ पर मौजूद मैदान में कुर्सियां लगाई जाती हैं, जिन्हें 1 महीने पहले ही लगाना शुरू कर दिया जाता है. इसके साथ ही इंडिया गेट के पास मौजूद तालाब की भी सफाई कर दी गई है जो दिखने में बेहद सुंदर अब नजर आ रहा है.

Conclusion:कई बड़े-बड़े मेहमान करते हैं शिरकत
बता दे 26 जनवरी 1950 को हमारे देश का संविधान लागू हुआ था, जिसके बाद से प्रतिवर्ष यह दिन गणतंत्र दिवस के रूप में मनाया जाता है. और इस दिन दिल्ली के इंडिया गेट पर भव्य कार्यक्रम का आयोजन होता है, परेड निकाली जाती है. और ध्वजारोहण के बाद कार्यक्रम की शुरुआत होती है. इस कार्यक्रम में प्रधानमंत्री, राष्ट्रपति समेत कई कैबिनेट मंत्री, बड़े-बड़े नेता और कई विदेशी मेहमान पहुंचते हैं. इसलिए सुरक्षा के लिहाज से भी पुख्ता इंतजाम इस समय किए जाते हैं.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.