ETV Bharat / bharat

5.3 প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল মিজোৰামক

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মিজোৰামৰ মুখ্যমন্ত্ৰী জ'ৰাম থাংগালৈ ফোন কৰি ক্ষয় ক্ষতিৰ বুজ লয় ৷

Praying for everyone's safety in Mizoram: Amit Shah assures help to earthquake-hit state
5.3 প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি যায় মিজোৰামক
author img

By

Published : Jun 22, 2020, 2:14 PM IST

নতুন দিল্লী, 22 জুন: মিজোৰামৰ চামফাই জিলাৰ জখাৱতত সোমবাৰে পুৱা হোৱা 5.3 প্ৰাৱল্যৰ ভূমিকম্পত ৰাজ্যখনৰ বিস্তৰ ক্ষতি হয় ৷ ভূমিকম্পত বহু ঘৰৰ লগতে বাট পথত ফাঁট মেলে ৷ অৱশ্যে ভূমিকম্পত বৰ্তমানলৈ হতাহত হোৱা নাই কোনো লোক ৷

  • I have spoken to Shri @ZoramthangaCM ji, Chief Minister of Mizoram, to review the situation after the earthquake tremors in the state. I assured him all possible support from the central government. Praying for everyone’s safety and well-being.

    — Amit Shah (@AmitShah) June 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ভূমিকম্পৰ পাছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মিজোৰামৰ মুখ্যমন্ত্ৰী জ'ৰাম থাংগালৈ ফোন কৰি ক্ষয় ক্ষতিৰ বুজ লয় ৷ তেওঁ মুখ্যমন্ত্ৰীগৰাকীক সকলো ধৰণৰ সাহাৰ্য প্ৰদানৰ আশ্বাস দিয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীলৈ ফোন কৰি ৰাজ্যখনৰ ক্ষয়ক্ষতিৰ বুজ লয় ৷ প্ৰধানমন্ত্ৰী বাৰ্তালাপৰ পাছতেই টুইটৰ জৰিয়তে এই কথা প্ৰকাশ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৷

Praying for everyone's safety in Mizoram: Amit Shah assures help to earthquake-hit state
5.3 প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল মিজোৰামক

লগতে পঢ়ক: চিয়াঙৰ কবলত জোনাইবাসীঃ দুজনক জীৱন্তে উদ্ধাৰ SDRF বাহিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.