ETV Bharat / bharat

এখন বিদ্যুতৰ বিলক লৈ ক্ষোভিত অভিনেত্ৰী তাপসী পন্নু

৩৫ হাজাৰ ৮৯০ টকাৰ এখন বিদ্যুতৰ বিলক লৈ ক্ষোভিত বলিউডৰ অভিনেত্ৰী তাপসী পন্নু । কোনো নথকা এটা বাসগৃহত লক ডাউনৰ মাজতে ৩৫ হাজাৰ ৮৯০ টকাৰ এখন বিদ্যুতৰ বিল অহা বুলি টুইটাৰযোগে সদৰি কৰি এডানী ইলেক্ট্ৰিছিটিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে তাপসীয়ে ।

author img

By

Published : Jun 29, 2020, 12:19 PM IST

তাপসী পন্নু
এখন বিজুলী বিলকলৈ ক্ষোভিত অভিনেত্ৰী তাপসী পন্নু

নিউজ ডেস্ক, ২৯ জুনঃ এখন বিদ্যুতৰ বিলক লৈ ক্ষোভিত বলিউডৰ অভিনেত্ৰী তাপসী পন্নু । দেওবাৰে অভিনেত্ৰী গৰাকীয়ে টুইটযোগে এডানী ইলেক্ট্ৰিছিটিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । এখন বিদ্যুতৰ বিলৰ স্ক্ৰীনশ্বট টুইটাৰত শ্বেয়াৰ কৰে তাপসীয়ে । য'ত অভিনত্ৰী তাপসীৰ কোনো নথকা এটা বাসগৃহত ৩৫ হাজাৰ ৮৯০ টকা এখন বিদ্যুতৰ বিল অহা বুলি সদৰি কৰে ।

  • And this one is for an apartment where no one stays n it’s only visited once in a week for cleaning purpose @Adani_Elec_Mum I am now worried if someone is actually using the apartment without our knowledge and you have helped us uncover the reality 🤷🏻‍♀️ pic.twitter.com/GeBQUSJaft

    — taapsee pannu (@taapsee) June 28, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

অভিনেত্ৰী গৰাকীয়ে টুইটাৰত তিনিখন বেলেগ বেলেগ বিলৰ স্ক্ৰীনশ্বট শ্বেয়াৰ কৰে। য'ত প্ৰথমখনত ৩৫ হাজাৰ ৮৯০ টকা,দ্বিতীয়খনত ৩ হাজাৰ ৮৫০ টকা অহাৰ বিপৰীতে তৃতীয়খনত ৪ হাজাৰ ৩৯০ টকা বিল অহা প্ৰত্যক্ষ কৰিবলৈ পোৱা যায় । দুখন বিলত প্ৰায় সমান পৰ্যায়ৰ বিল অহাৰ বিপৰীতে আনখনত হঠাৎ কেনেকৈ ইমান পৰিমাণৰ বিল আহিব পাৰে বুলি ক্ষোভ প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে ।

  • 3 months of lockdown and I wonder what appliance(s) I have newly used or bought in the apartment only last month to have such an insane rise in my electricity bill. @Adani_Elec_Mum what kind of POWER r u charging us for? pic.twitter.com/jZMMoxDMgj

টুইটযোগে অভিনেত্ৰী গৰাকীয়ে লিখে,"লকডাউন তিনিমাহলৈ চলিলে । কিন্তু মই আচৰিত এই তিনিমাহত মই এনে কি সামগ্ৰী ব্যৱহাৰ কৰিলো যে এমাহৰ বিল ৩৫ হাজাৰ ৮৯০ টকা আহিল । আপোনালোকে কেনেকৈ জনসাধৰণৰ পৰা বিদ্যুতৰ বিলৰ চাৰ্জ লৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে এডানী ইলেক্ট্ৰিছিটিক । আনহাতে, এই বিতৰ্কিত বিলখন এনে এটা বাসগৃহলৈ আহিছে যিটো ঘৰত কোনো লোক নাথাকে মাজে সময়হে সেই ঘৰটোত পৰিষ্কাৰ কৰিবলৈ এদিন দুনিন কোনোবা আহে । কিন্তু এতিয়া মোৰ সন্দেহ হৈছে এই ঘৰটোত কোনোৱা নিশ্চয়কৈ আছে বুলিও এডানী ইলেক্ট্ৰিছিটিক কটাক্ষ কৰি উক্ত টুইটটো ত্যাগ কৰে এডানী গ্ৰুপক ।

লগতে চাওকঃ এটাও টিভি নথকা গাঁওখন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.