ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ ভিভন্দীত 2.50 কোটি টকাৰ গুটখা জব্দ

মহাৰাষ্ট্ৰৰ ভিভন্দী এলেকাৰ সিদ্ধিনাথ গুদাম কমপ্লেক্সত নাৰপোলী আৰক্ষী তথা খাদ্য আৰু যোগান বিভাগৰ যুটীয়া সহযোগত বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰা হয় ৷ জব্দকৃত গুটখা খিনিৰ বজাৰমূল্য প্ৰায় 2 কোটি 53 লাখ টকা ৷ আৰক্ষীয়ে গুটখা ব্যৱসায়ৰ লগত জড়িতৰ সন্দেহত বিশাল ৰঘুনাথ মাণ্ডেৰকৰ,নাগেন্দ্ৰ কুমাৰ ৰামসুৰত যাদৱ নামৰ দুগৰাকী ব্যৱসায়ীক আটক কৰিছে ৷

মহাৰাষ্ট্ৰ
গুটখা জব্দ
author img

By

Published : Feb 8, 2020, 10:48 AM IST

থানে,8 ফেব্ৰুৱাৰীঃ মহাৰাষ্ট্ৰৰ ভিভন্দী এলেকাৰ সিদ্ধিনাথ গুদাম কমপ্লেক্সত নাৰপোলী আৰক্ষী তথা খাদ্য আৰু যোগান বিভাগৰ যুটীয়া সহযোগত বৃহৎপৰিমাণৰ গুটখা জব্দ কৰা হয় ৷ জব্দকৃত গুটখা খিনিৰ বজাৰমূল্য প্ৰায় 2 কোটি 53 লাখ টকা ৷ আৰক্ষীয়ে জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত নিষিদ্ধ গুটখা,পান মচলা,সুগন্ধিযুক্ত ধপাত আদি আছিল ৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে গুটখা ব্যৱসায়ৰ লগত জড়িতৰ সন্দেহত বিশাল ৰঘুনাথ মাণ্ডেৰকৰ,নাগেন্দ্ৰ কুমাৰ ৰামসুৰত যাদৱ নামৰ দুগৰাকী ব্যৱসায়ীক আটক কৰিছে ৷

গুটখা জব্দ

উল্লেখ্য যে,মহাৰাষ্ট্ৰত গুটখা নিষিদ্ধ কৰাৰ পিছতো চোৰাংকৈ এই ব্যৱসায় ৰাজ্যখনত অব্যাহত আছিল ৷ ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছিল আৰক্ষীক ৷ নাৰপোলী আৰক্ষী থানাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া মালোজী সিন্দে প্ৰকাশ কৰা মতে দীৰ্ঘদিনৰ পৰা সিদ্ধিনাথ গুদাম কমপ্লেক্সত নিষিদ্ধ গুটখাসমূহ ৰাখি ব্যৱসায় চলাই আহিছিল এক দুষ্টচক্ৰই ৷ আৰক্ষী অধীক্ষক বিষ্ণু আহ্বাড আৰু উপ-আৰক্ষী অধীক্ষক আৰ জে বৰকটেৰ নেতৃত্বত চলা অভিযানটোত গুদামৰ পৰা নিষিদ্ধ পান পৰাগ,শিখৰ,দিলবাগ,মনপচন্দ আদি বিভিন্ন ধৰণৰ গুটখা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ আৰক্ষীক এই কাৰ্যত সহায় কৰে খাদ্য আৰু যোগান বিভাগৰ মাণিক যাদৱ,শংকৰ ৰাথোড়,এচ এম বজৰকৰ,এম এম সানপ,অৰবিন্দ খাক্ৰে,কে পি যাদৱ আদি বিষয়াসকলে ৷ লগতে এম এইচ 04 এইচ ডি 5890 আৰু এম এইচ 48 এ ৱাই 8688 নামৰ দুখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অন্ন সুৰক্ষা অধিনিয়মৰ অন্তৰ্গত এক গোচৰ ৰুজু কৰিছে ৷

লগতে চাওকঃমুম্বাইৰ মিলন ইণ্ডাষ্ট্ৰিয়েল এষ্টেটৰ অট্টালিকাত অগ্নিকাণ্ড

Intro:kit 319Body:भिवंडीत अडीच कोटी रुपयांचा विविध कंपन्यांचा प्रतिबंधक गुटखा जप्त; दोन गुटखा माफियांना ताब्यात

ठाणे : भिवंडी तालुक्यातील दापोडा येथील सिद्धीनाथ गोदाम कॉम्प्लेक्स मधील गोदामांवर नारपोली पोलीस व अन्न प्रशासन विभाग यांनी संयुक्त कारवाई करीत गोदमासह दोन ट्रकमध्ये असलेला तब्बल 2 कोटी 53 लाख रुपयांचा प्रतिबंधित गुटखा , पान मसाला ,सुगंधी तंबाखू याचा साठा जप्त करून कारवाई केली आहे.
याप्रकरणी नारपोली पोलीस ठाण्यात गुन्हा दाखल करून दोन गुटखा माफियांना ताब्यात घेतेले आहे. विशाल रघुनाथ मांडवकर ,नागेंद्रकुमार रामसुरत यादव असे ताब्यात घेतलेल्या गोदाम व्यवस्थापकांची नावे आहे.
महाराष्ट्रात गुटखा बंदी नंतर ही राज्यभरात मोठ्या प्रमाणावर गुटखा विक्री सर्रासपणे सुरु असून त्या विरोधात कठोर कारवाईचे निर्देश राज्याचे उपमुख्यमंत्री अजित पवार यांनी दिले असता, त्या पार्श्वभूमीवर अन्न प्रशासन विभाग व पोलीस विभागाने कंबर कसली असून नारपोली पोलीस ठाण्याचे वरिष्ठ पोलीस निरीक्षक मालोजी शिंदे यांना दापोडा येथील सिद्धीनाथ गोदाम कॉम्प्लेक्स मधील बी 85 या गोदामात अनधिकृतपणे प्रतिबंधित गुटखा साठविला असल्याची माहिती मिळाल्यावर सहाय्यक पोलीस निरीक्षक विष्णू आव्हाड व पोलीस उपनिरीक्षक आर जे वरकटे यांच्यासह पोलीस पथकाने छापा मारला असता या गोदामात पान पराग , शिखर , दिलबाग ,मनपसंद , कोल्हापुरी यांसह असंख्य नावाने विकला जाणारा गुटखा साठवलेला आढळून आला असता त्यांनी अन्न प्रशासन विभाग ठाणे या कार्यालयाशी संपर्क साधू कारवाई साठी पाचारण केले. त्यांनतर अन्न निरीक्षक माणिक जाधव ,शंकर राठोड , एस एम वरजकर ,एम एम सानप ,अरविंद खडके ,के पी जाधव , व्ही एच चव्हाण या पथकाने घटनास्थळी धाव घेत, कारवाई सुरू केली असता अन्न निरीक्षक शंकर राठोड यांना या गोदाम संकुलात MH 04 HD 5890 व MH 48 AY 8688 या दोन ट्रक संशयास्पद उभ्या असलेल्या आढळून आले. त्यांची ट्रक मधील मालाची तपासणी केली असता त्यामध्येही गुटखा आढळून आला आहे.
गोदाम आणि २ ट्रक मधून एकूण 2 कोटी 53 लाख रुपयांचा मुद्देमाल जप्त करीत माल साठवणूक करणारा मोहम्मद इमरान नुरुद्दीन खान ,रा नालासोपारा ,व हा माल साठवणुकीस मदत करणारे गोदाम मालक अमित देवचंद गोसरणी यांच्या विरोधात भादवी कलम 328, 181 सह अन्न सुरक्षा कायदा कलम 59 नुसार कारवाई केली जाणार आहे. तर गोदामतील व्यवस्थापक विशाल रघुनाथ मांडवकर ,नागेंद्रकुमार रामसुरत यादव यांना चौकशीसाठी ताब्यात घेतले असुन गुन्हा दाखल करण्याची प्रक्रिया सुरू असल्याची माहिती सहाय्यक आयुक्त डॉ भूषण मोरे यांनी दिली आहे .
दरम्यान, आजच्या कारवाई आधीही 16 जानेवारी रोजी खारबाव येथे 2 कोटी 75 लाख रुपयांचा गुटखा जप्त करण्याची कारवाई केलेली असतानाच पोलीस व अन्न सुरक्षा प्रशासन यांनी त्या पाठोपाठ अडीच कोटींचा गुटखा जप्त करण्याची कारवाई केल्याने बंदी असलेल्या गुटख्याची अनधिकृतपणे साठवणूक व विक्री करणा-यांचे कंबरडे मोडले आहे.

Byte : डॉ भूषण मोरे ( सहाय्यक आयुक्त - अन्न सुरक्षा प्रशासन ठाणे )

Conclusion:bhiwandi

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.