ETV Bharat / bharat

অন্ধ্ৰপ্ৰদেশত আন্তঃৰাজ্যিক ডকাইতি চক্ৰৰে জড়িত ২১ জনক গ্ৰেপ্তাৰ

author img

By

Published : Sep 28, 2020, 9:42 PM IST

ডকাইতি চক্ৰটোৱে অঞ্চলটোত কিছুদিন পূৰ্বে সংঘটিত এক ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত মুঠ ২১ জনীয়া দলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

অন্ধ্ৰপ্ৰদেশত আন্তঃৰাজ্যিক ডকাইতি চক্ৰৰে জড়িত ২১ জনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ: অন্ধ্ৰপ্ৰদেশৰ কাদাপা জিলাৰ আৰক্ষীয়ে এটা আন্তঃৰাজ্যিক ডকাইতি চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । অঞ্চলটোত কিছুদিন পূৰ্বে সংঘটিত এক ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত মুঠ ২১ জনীয়া এটা দলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতৰ দলটোৰ পৰা এটা পিস্তল, চাৰি জাঁই সজীৱ গুলী, তিনিখন মটৰ চাইকেল, ১৫ টা ম'বাইল ফোন, দহ হাজাৰ নগদ ধন আৰু এখন কাৰ জব্দ কৰিবলৈ সক্ষম হয়।

police-arrests-inter-state-gang-in-kadapa

লগতে পঢ়ক: ক'ভিড-১৯ ক ৰোধিবলৈ নেন' প্লাষ্টিক শ্বীটৰ আৱিষ্কাৰ ! কি এই নেন' টেকন'লজি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.