ETV Bharat / bharat

তামিলনাডুত CAA বিৰুদ্ধে প্ৰতিবাদঃ 8 জনক গ্ৰেপ্তাৰ - 'rangoli' to protest against CAA in Chennai

বিনা অনুমতিত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ পিছত তেওঁলোকক মুক্ত কৰি দিয়া হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আল্পনাত "No to NRC" আৰু "No to NPR" আঁকি প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদকাৰীসকলে ৷

তামিলনাডুত CAA বিৰুদ্ধে প্ৰতিবাদ:8 জনক গ্ৰেপ্তাৰ

author img

By

Published : Dec 29, 2019, 7:21 PM IST

নেশ্বনেল ডেস্ক, 29 ডিচেম্বৰঃ দক্ষিণ চেন্নাইৰ ৱসন্ত নগৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আল্পনা অঁকাৰ বাবে দেওবাৰে গ্ৰেপ্তাৰ 8 জন ব্যক্তি ৷ ইয়াৰে 5 গৰাকী মহিলা বুলি জানিব পৰা গৈছে ৷ বিনা অনুমতিত আল্পনা অঁকা আৰু আনবোৰ ব্যক্তিৰ বাবে অসুবিধা সৃষ্টি কৰাৰ বাবেই গ্ৰেপ্তাৰ কৰা হয় ব্যক্তিকেইজনক ৷

  • அலங்கோல அதிமுக அரசின் அராஜகம் நாளுக்கு நாள் அதிகரிக்கிறது.

    சென்னை பெசண்ட் நகரில் #CAA வுக்கு கோலம் வரைந்து தங்கள் எதிர்ப்பை வெளிப்படுத்திய,
    6 பேரை அரசியலமைப்புச் சட்டம் வழங்கிய அடிப்படை உரிமைகளைக்கூட அனுமதிக்காத இந்தத் தரங்கெட்ட எடப்பாடி அரசின் காவல்துறை கைது செய்துள்ளது. pic.twitter.com/Ran4FE5r2V

    — M.K.Stalin (@mkstalin) December 29, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

আৰক্ষীৰ এই কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে DMKৰ সম্পাদক এম কে ষ্টালিন আৰু লোকসভা সাংসদ কানিমঝীয়ে ৷ অন্যায়ৰ বিৰুদ্ধে মাত মতাটো প্ৰত্যকজন ব্যক্তিৰ অধিকাৰ ৷ সেয়েহে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলিও শাসনাধীস্থ AIADMK চৰকাৰখনকো কটাক্ষ DMK নেতা দুজনৰ ৷

Etv Bharat Assam
তামিলনাডুত CAA বিৰুদ্ধে প্ৰতিবাদ:8 জনক গ্ৰেপ্তাৰ

বিনা অনুমতিত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ পিছত তেওঁলোকক মুক্ত কৰি দিয়া হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আল্পনাত "No to NRC" আৰু "No to NPR" আঁকি প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদকাৰীসকলে ৷ আৰক্ষীৰ লগত হতাহতিত লিপ্ত হোৱাৰ উপৰিও আৰক্ষীয়ে মোবাইল ফোনসমূহ কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ সমগ্ৰ দেশৰ লগতে তামিলনাডুতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৷

আৰু পঢ়ক: অমিতাভ বচ্চনলৈ দাদা চাহেব ফাল্কে বঁটা

Intro:Body:

Group of Women arrested for their Anti - CAA kolam in Chennai

Heavy protests were conducted all over the nation against CAA. A group of ladies residing in Second avenue of Besant Nagar, drew Kolams in the road. These Kolams had messages against CAA. On knowing this, Shastri Nagar police arrived to the spot. They arrested and detained Five members, including four women in a nearby hall for conducting anti - CAA kolam protest. Later, Police warned and released them.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.