ETV Bharat / bharat

নতুন বছৰত দেশবাসীৰ বাবে ভাল খবৰ, পিচে ভাল খবৰটো কি?

author img

By

Published : Dec 30, 2020, 7:58 AM IST

নতুন বছৰৰ বাবে দেশবাসীক শুভ সংবাদ দিলে কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ৷ হৰদীপ সিঙে এক টুইট যোগে ক'লে, ২০২১ চনৰ ১ জানুৱাৰীত প্ৰধান মন্ত্ৰী মোডীয়ে এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ত্ৰিপুৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট আৰু তামিলনাডুত লাইট হাউচ প্ৰকল্পৰ আধাৰাশিলা স্থাপন কৰিব ৷

PM to lay foundation stone for light house projects in six states on January 1
নতুন বছৰত দেশবাসীৰ বাবে ভাল খবৰ, পিচে ভাল খবৰটো কি?

নিউজ ডেস্ক, 30 ডিচেম্বৰ : নতুন বছৰত দেশবাসীক শুভ সংবাদ দিবলৈ চেষ্টা কৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰী চৰকাৰে ৷ 2021 চনৰ প্ৰথম দিনটোতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আধাৰাশিলা স্থাপন কৰিব লাইট হাউচ প্ৰকল্পৰ ৷

এক টুইট যোগে এই কথা সদৰি কৰিছে কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ৷ তেওঁ কয়, ২০২১ চনৰ ১ জানুৱাৰীত প্ৰধান মন্ত্ৰী মোডীয়ে এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ত্ৰিপুৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট আৰু তামিলনাডুত লাইট হাউচ প্ৰকল্পৰ আধাৰাশীলা স্থাপন কৰিব ৷ লগতে এই অনুষ্ঠানত PMAY (U) আৰু ASHA-India বঁটাও প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিছে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক:কা আন্দোলনৰ মাজতে ডিব্ৰুগড়ত আছুৰ অৰ্থনৈতিক বিপ্লৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.