ETV Bharat / bharat

চৌকিদাৰ নৰেন্দ্ৰ মোদীক অনুসৰণ কৰি টুইটাৰত খলকনি ভাৰতীয়ৰ - চৌকিদাৰ নৰেন্দ্ৰ মোদী

টুইটাৰ একাইণ্টৰ নাম নৰেন্দ্ৰ মোদীৰ বিপৰীতে চৌকিদাৰ নৰেন্দ্ৰ মোদী

চৌকিদাৰ নৰেন্দ্ৰ মোদীক অনুসৰণ কৰি টুইটাৰত খলকনি ভাৰতীয়ৰ
author img

By

Published : Mar 17, 2019, 9:28 PM IST

নিউজ ডেস্ক, 17 মাৰ্চ: লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'মে ভি চৌকিদাৰ' শিৰ্ষক অভিযান আৰাম্ভ কৰাৰ লগত সংগতি ৰাখি দেওবাৰে তেওঁৰ টুইটাৰ একাইণ্টৰ নাম নৰেন্দ্ৰ মোদীৰ বিপৰিতে চৌকিদাৰ নৰেন্দ্ৰ মোদী কৰে ৷ উল্লেখ্য যে 16 মাৰ্চৰ দিনা প্ৰধানমন্ত্ৰী গৰাকীয়ে এক টুইট যোগে কয় যে সকলো লোকযিয়ে দুৰ্নীতি,কলঙ্ক, সামাজিক কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দি আহিছে তেওঁলোক সকলো চৌকিদাৰ ৷

এই টুইটৰ পিছতেই খলকনি লাগিছে ভাৰতৰ ৰাজনিতীত ৷ মোদীয়ে চৌকিদাৰ শব্দটো 2014 লোকসভা নিৰ্বাচনী প্ৰচাৰত ব্যাপক ভাৱে ব্যৱহাৰ কৰিছিল ৷ তেওঁ দেশৰ কাৰণে এজন চৌকিদাৰৰ নিচিনাকৈ কাম কৰি দেশৰ ৰাইজৰ বিশ্বাস আৰু ধনৰ খিয়াল ৰাখিব বুলি কৈছিল ৷

নৰেন্দ্ৰ মোদীক অনুসৰণ কৰি নিজৰ টুইটাৰ একাউণ্টত নিজৰ নামৰ আগত চৌকিদাৰ লগায় নাম সলনি কৰে বি জে পি সভাপতি অসিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোয়েল, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ৷

PM renames Twitter handle as 'Chowkidar Narendra Modi' top BJP leaders follow

চৌকিদাৰ নৰেন্দ্ৰ মোদীক অনুসৰণ কৰি টুইটাৰত খলকনি ভাৰতীয়ৰ

নিউজ ডেস্ক, 17 মাৰ্চ: লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'মে ভি চৌকিদাৰ' শিৰ্ষক অভিযান আৰাম্ভ কৰাৰ লগত সংগতি ৰাখি দেওবাৰে তেওঁৰ টুইটাৰ একাইণ্টৰ নাম নৰেন্দ্ৰ মোদীৰ বিপৰিতে চৌকিদাৰ নৰেন্দ্ৰ মোদী কৰে ৷ উল্লেখ্য যে 16 মাৰ্চৰ দিনা  প্ৰধানমন্ত্ৰী গৰাকীয়ে এক টুইট যোগে কয় যে সকলো লোক যিয়ে দুৰ্নীতি,কলঙ্ক, সামাজিক কুসংস্কাৰৰ বিৰুদ্ধে যুজ দি আহিছে তেওঁলোক সকলো চৌকিদাৰ ৷

এই টুইটৰ পিছতেই খলকনি লাগিছে ভাৰতৰ ৰাজনিতীত ৷  মোদীয়ে চৌকিদাৰ শব্দটো 2014  লোকসভা নিৰ্বাচনী প্ৰচাৰত ব্যাপক ভাৱে ব্যৱহাৰ কৰিছিল ৷ তেওঁ দেশৰ কাৰণে এজন চৌকিদাৰৰ নিচিনাকৈ কাম কৰি দেশৰ ৰাইজৰ বিশ্বাস আৰু ধনৰ খিয়াল ৰাখিব বুলি কৈছিল ৷ 

নৰেন্দ্ৰ মোদীক অনুসৰণ কৰি নিজৰ টুইটাৰ একাউণ্টত নিজৰ নামৰ আগত চৌকিদাৰ লগায় নাম সলনি কৰে বি জে পি সভাপতি অসিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোয়েল, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ৷
IMG-20190317-WA0008.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.