ETV Bharat / bharat

জন্মদিনৰ উপহাৰ হিচাপে 'দো গজ কি দূৰী' বৰ্তাই ৰখাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ - Do Gaj Ki Doori

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰা সকলো লোককে ধন্যাবাদ জ্ঞাপন কৰি কৰ'ণা মহামাৰীৰ কবলৰ পৰা বাছি থাকিবলৈ সকলোকে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ৷ তেওঁ কৰ'ণা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সকলোতে 'দো গজ কি দূৰী' শব্দটো মনত ৰাখিবলৈয়ো আহ্বান জনায় ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
author img

By

Published : Sep 18, 2020, 6:52 AM IST

Updated : Sep 18, 2020, 7:23 AM IST

নেশ্যনেল ডেস্ক, 18 ছেপ্তেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনগণক তেওঁক প্ৰদান কৰা জন্মদিনৰ শুভেচ্ছাৰ কৃতজ্ঞতা জ্ঞাপন কৰি সকলোকে কৰ'ণা মহামাৰীৰ সময়ছোৱাত মাস্ক পৰিধান কৰাৰ লগতে, সামাজিক দূৰত্ব মানি চলাৰ বাবে আহ্বান জনায় ৷ কিয়নো বহু লোকে তেওঁক সুধিছিল যে, তেওঁ জন্মদিনৰ উপহাৰ হিচাপে কি বিচাৰে ৷

বৃহস্পতিবাৰে নিশা পলমকৈ এক টুইটযোগে তেওঁ লিখে, "যিহেতু বহুতেই জানিব বিচাৰিছে যে মই মোৰ জন্মদিনত কি উপহাৰ বিচাৰিছো, এইখিনিতে মই বিচৰা বস্তুটো হৈছে: এখন মাস্ক পৰিধান কৰক আৰু তাক সঠিকভাৱে পৰিধান কৰক ৷ সামাজিক দূৰত্ব মানি চলক ৷ 'দো গজ কি দূৰী' শব্দতো মনত ৰাখি ভিৰ থকা স্থানসমূহ এৰাই চলক ৷ নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াওক আৰু আমাৰ জগত খনক সুস্থ কৰি তোলক ৷"

  • Since many have asked, what is it that I want for my birthday, here is what I seek right now:

    Keep wearing a mask and wear it properly.

    Follow social distancing. Remember ‘Do Gaj Ki Doori.’

    Avoid crowded spaces.

    Improve your immunity.

    Let us make our planet healthy.

    — Narendra Modi (@narendramodi) September 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বৃহস্পতিবাৰে 70 বৰ্ষ গৰকা প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, জন্মদিনৰ শুভেচ্ছা সমূহে তেওঁক জনসাধাৰণৰ জীৱন অধিক উন্নত কৰি তোলাৰ লগতে কাম কৰিবৰ বাবে শক্তি প্ৰদান কৰে ৷

  • People from all over India, from all over the world have shared their kind wishes. I am grateful to each and every person who has greeted me. These greetings give me strength to serve and work towards improving the lives of my fellow citizens.

"সমগ্ৰ ভাৰতৰ লগতে পৃথিৱীৰ ভিন্ন প্ৰান্তৰ লোকে মোক তেওঁলোকৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ মই সেই সকলো ব্যক্তিৰ প্ৰতি কৃতজ্ঞ, যিসকলে মোক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ এই শুভকামনাবোৰৰ পৰা মই মোৰ সহ নাগৰিক সকলৰ জীৱন উন্নত কৰাৰ ক্ষেত্ৰত কাম কৰাৰ লগতে, অন্যান্য কাম কৰাৰো শক্তি পাও ৷" আন এক টুইটাৰত প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে এই কথা ৷

লগতে পঢ়ক: পাকিস্তানক সেনাৰ খবৰ যোগান ধৰাৰ অপৰাধত আটক ভাৰতীয় সেনাৰ অভিযন্তা

Last Updated : Sep 18, 2020, 7:23 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.