ETV Bharat / bharat

এইবাৰ 'মন-কী বাত'-ত পানীৰ প্ৰসংগ - etv bharat

পানীৰ প্ৰতিটো টোপাল সংৰক্ষণ কৰিবলৈ আহ্বান মোডীৰ

author img

By

Published : Jun 30, 2019, 6:29 PM IST

দিল্লী, ৩০ জুনঃ দেশৰ কেইবাখনো ৰাজ্যত পানীৰ নাটনি হোৱাৰ খবৰ চৌদিশে বিয়পি যোৱাৰ পিচত পানীৰ সৎ ব্যৱহাৰ কৰিবলৈ ভাৰতৰ নাগৰিকক আহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । মোডীৰ জনপ্ৰিয় অনুষ্ঠান মন কি বাতৰ জড়িয়তে দেওবাৰে দেশৰ জনসাধাৰণলৈ এই অনুৰোধ জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

যিকোনো মাধ্যমেৰে প্ৰতিটোপাল পানী মূল্যবান হিচাপে সংৰক্ষণ কৰা উচিত বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে । লগতে, ভবিষ্যতে পানীৰ অভাৱৰ পৰা বিৰত থাকিবলৈ কিদৰে ইয়াক সংৰক্ষণ কৰিব পাৰি সেই সন্দৰ্ভতো অনুষ্ঠানৰ জড়িয়তে মত-বিনিময় কৰে মোডীয়ে । কেৱল সংৰক্ষণে নহয় সকলো শ্ৰেণীৰ লোকৰ মাজত যাতে পানীৰ নাটনি সন্দৰ্ভত সজাগতা সৃষ্টি কৰিব পাৰি সেই বিষয়েও মন কী বাত-ত উল্লেখ কৰে মোডীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.