ETV Bharat / bharat

লালকৃষ্ণ আডৱাণীলৈ জন্ম দিনৰ শুভেচ্ছা মোডী-শ্বাহৰ - লালকৃষ্ণ আডৱাণীৰ 92 তম জন্মজয়ন্তী

ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ বিশিষ্ট ৰাজনৈতিক নেতা লালকৃষ্ণ আডৱাণীৰ জন্মজয়ন্তীত তেওঁৰ বাসগৃহত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি দলৰ কাৰ্যবাহী অধ্যক্ষ জেপ্পী নাড্ডাকে ধৰি উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু ৷

লালকৃষ্ণ আডৱাণীৰ 92 বছৰীয়া জন্মজয়ন্তীত উপস্থিত মোডী-শ্বাহ
author img

By

Published : Nov 8, 2019, 4:35 PM IST

নিউজ ডেস্ক, 8 নৱেম্বৰ: আজি ভাৰতীয় জনতা পাৰ্টীৰ বিশিষ্ট ৰাজনীতিবিদ লালকৃষ্ণ আডৱাণীৰ 92 তম জন্মজয়ন্তী ৷ নেতাগৰাকীৰ জন্মদিনত তেওঁৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি দলৰ কাৰ্যবাহী অধ্যক্ষ জেপ্পী নাড্ডা, উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে ৷ টুইটাৰ যোগেও আডৱানীলৈ শুভেচ্ছা প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰীয়ে ৷

লালকৃষ্ণ আডৱাণীৰ 92 বছৰীয়া জন্মজয়ন্তী
লালকৃষ্ণ আডৱাণীৰ 92 বছৰীয়া জন্মজয়ন্তী

লাল কৃষ্ণ আডৱাণী এজন বিদ্বান, দৃঢ় আৰু এজন সন্মানীয় নেতা ৷ ভাৰতৰ নাগৰিকক দৃঢ় কৰাৰ দিশত আডৱাণীৰ অৱদান অসাধাৰণ ৷ তেওঁৰ জন্মদিনত দীৰ্ঘায়ু কামনা কৰি শুভেচ্ছা প্ৰদান কৰাৰ লগতে সুস্থ দেহাৰ প্ৰাৰ্থনা কৰে মোডীয়ে ৷ @BJP4India ক অধিক শক্তিশালী আৰু বৃহৎ আকাৰ দিয়াত যথেষ্ট ভূমিকা আছে লাল কৃষ্ণ আডৱাণীৰ ৷

  • Scholar, statesman and one of the most respected leaders, India will always cherish the exceptional contribution of Shri Lal Krishna Advani Ji towards empowering our citizens. On his birthday, I convey my greetings to respected Advani Ji and pray for his long and healthy life.

    — Narendra Modi (@narendramodi) November 8, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

মোডীয়ে লগতে কয়,

যেতিয়াই লোকতন্ত্ৰৰ সুৰক্ষা কথা আহিছে তেতিয়াই প্ৰথমে আগ ভাগ লয় আডৱাণীয়ে ৷ এজন নেতা হিচাপে তেওঁৰ প্ৰশাসনিক কৌশলতা প্ৰশংসনীয় ৷

  • Shri LK Advani Ji toiled for decades to give shape and strength to the @BJP4India. If over the years, our party has emerged as a dominant pole of Indian politics, it is because of leaders like Advani Ji and the selfless Karyakartas he groomed for decades.

    — Narendra Modi (@narendramodi) November 8, 2019
" class="align-text-top noRightClick twitterSection" data=" ">

লালকৃষ্ণ আডৱাণীৰ জন্মদিনত কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ অব্বাছ নকবীয়ে শুভকাভনা দিয়াৰ লগতে তেওঁৰ সুস্থ স্বাস্থ্যৰ কামনা কৰে ৷ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও নেতাগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে ৷

  • For Advani Ji, public service has always been associated with values. Not once has he compromised on the core ideology. When it came to safeguarding our democracy, he was at the forefront. As a Minister, his administrative skills are universally lauded.

    — Narendra Modi (@narendramodi) November 8, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, 8 নৱেম্বৰ 1927 চনত কাৰাচীত জন্ম গ্ৰহণ কৰিছিল আডৱাণীয়ে ৷ তেওঁ 1998 চনৰ পৰা 2004 চনলৈকে গৃহমন্ত্ৰীৰ দায়িত্বত আছিল এইগৰাকী বয়োজেষ্ঠ ৰাজনৈতিক নেতা ৷ আনহাতে 2002 ৰ পৰা 2004 পৰ্যন্ত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত উপ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ আডৱাণীক 2015 চনত ভাৰতবৰ্ষৰ দ্বিতীয় সৰ্ববৃহৎ নাগৰিকৰ সন্মান পদ্ম বিভূষণেৰে বিভূষিত কৰা হৈছিল ৷

  • भाजपा के वरिष्ठ नेता एवं पूर्व उप-प्रधानमंत्री श्रद्धेय श्री लाल कृष्ण आडवाणी जी को जन्मदिन की हार्दिक शुभकामनाएं। आपके अच्छे स्वास्थ्य की दुआ.. pic.twitter.com/PXnLHtnCLS

    — Mukhtar Abbas Naqvi (@naqvimukhtar) November 8, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
Intro:Body:

https://www.aninews.in/news/national/general-news/india-will-cherish-your-exceptional-contribution-towards-citizen-empowerment-pm-wishes-advani-on-92nd-bday20191108094955/

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.