ETV Bharat / bharat

শীৰ্ঘ্ৰেই ৰাজ্যৰ মৰ্যদ্যা দিয়া হ’ব জম্মু-কাশ্মীৰক: মোডী

আপ্নী পাৰ্টিৰ অল্তাফ বুখাৰীৰ সৈতে 24 জনীয়া সদস্যৰ প্ৰতিনিধি মণ্ডলৰ সৈতে হোৱা বৈঠকৰ পাচতেই অতিশীঘ্ৰেই জম্মু-কাশ্মীৰক ৰাজ্যৰ মৰ্যদ্যা দিয়া আশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ জনসাংখ্যিক পৰিৱৰ্তন, পৰিসীমা অনুশীলন আৰু ৰাষ্ট্ৰীয় আৱাস অনুদানৰ বিষয় সন্দৰ্ভত আলোচনাত মিলিত হয় ৷

শীৰ্ঘ্ৰেই ৰাজ্যৰ মৰ্যদ্যা দিয়া হ’ব জম্মু-কাশ্মীৰক: মোডী
শীৰ্ঘ্ৰেই ৰাজ্যৰ মৰ্যদ্যা দিয়া হ’ব জম্মু-কাশ্মীৰক: মোডী
author img

By

Published : Mar 15, 2020, 3:11 PM IST

নিউজ ডেস্ক, 15 মাৰ্চ: শীঘ্ৰেই জম্মু-কাশ্মীৰক ৰাজ্যৰ মৰ্যদ্যা দিয়া ক্ষেত্ৰত কাম কৰা হ’ব বুলি আশ্বাস প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ প্ৰতিনিধি মণ্ডলৰ সৈতে হোৱা বৈঠকৰ পাচতেই এই আশ্বাস প্ৰদান ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

প্ৰতিনিধি মণ্ডলৰ সৈতে হোৱা বৈঠকৰ পাচতেই এই কথা সদৰি কৰে মোডীয়ে ৷ বৈঠকত জম্মু-কাশ্মীৰ জনসাংখ্যিক পৰিৱৰ্তন, পৰিসীমা অনুশীলন আৰু ৰাষ্ট্ৰীয় আৱাস অনুদানৰ বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ৷

প্ৰতিনিধি মণ্ডলৰ দলটোৱে জম্মু-কাশ্মীৰৰ বিকাশৰ বাবে নৰেন্দ্ৰ মোডীক অকুণ্ঠ সমৰ্থন আৰু অকুণ্ঠ চেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে জম্মু-কাশ্মীৰৰ শান্তি আৰু প্ৰগতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় ৷

যুৱ শক্তিক লৈ মোডীয়ে কয়, জম্মু-কাশ্মীৰৰ বিকাশৰ বাবে ইয়াৰ যুৱক সকলে সহায়ক এজেণ্টৰ দৰে কাৰ্য কৰিব লাগিব ৷

আপ্নী পাৰ্টীৰ অধ্যক্ষ অল্তাফ বুখাৰীয়ে 5 আগষ্ট 2019 চনত অনুচ্ছেদ 370 আৰু অনুচ্ছেদ 35 (এ) প্ৰত্যাহৰৰ কৰা নিৰ্ণয়ক জম্মু-কাশ্মীৰৰ ইতিহাসত ঐতিহাসিক সিদ্ধান্ত বুলি ঘোষণা কৰে ৷ ইয়াৰ লগতে মোডীয়ে জম্মু-কাশ্মীৰত জনসাংখ্যিক পৰিৱৰ্তন কৰা নহয় বুলি উল্লেখ কৰি জম্মু-কাশ্মীৰৰ লোকৰ বাবে প্ৰধানমন্ত্ৰীৰ অন্তৰত সহ হৃদয়তা আছে বুলি উল্লেখ কৰে বুখাৰীয়ে ৷

লগতে চাওক- ইৰাণৰ পৰা অনা হৈছে 234 গৰাকী ভাৰতীয়ক : জয়শংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.