ETV Bharat / bharat

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্ধোধন কৰে 8 খনকৈ ৰেল - পৰ্যটন ক্ষেত্ৰ

দেশৰ পৰ্যটন ক্ষেত্ৰখনলৈ নতুন সংযোজন ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে উদ্ধোধন কৰে 8 খনকৈ ৰেল ৷

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্ধোধন কৰে 8 খনকৈ ৰেল

author img

By

Published : Jan 17, 2021, 5:50 PM IST

নতুন দিল্লী, 17জানুৱাৰী : ভাৰতীয় ৰেল সেৱাৰ নতুন সংযোজন ৷ আজি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্ধোধন কৰে 8 খনকৈ ৰেল ৷ পৰ্যটন ক্ষেত্ৰ সমূহ আৰু ষ্টেচ্যু অৱ ইউনিটিৰ লগত সংযোজন কৰি পৰ্যটন ক্ষেত্ৰ খনক আৰু অধিক উন্নত কৰাৰ প্ৰয়াস কৰিছে ৷

দিল্লী, মুম্বাই, চেন্নাই, আহমেদাবাদ, ৱাৰাণসী, প্ৰতাপগড় (উত্তৰ প্ৰদেশ) আৰু ৰেৱা( মধ্য প্ৰদেশ)ৰ পৰা এই 8খন ৰেলে যাত্ৰা কৰিব ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে এই ৰেল সেৱাৰ জৰিয়তে দৈনিক এক লাখৰো অধিক পৰ্যটক গুজৰাটৰ কেভাদীয়ালৈ যোগাযোগ সু-চল হৈ পৰিব ৷

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, সম্ভৱত পোন প্ৰথম বাৰৰ বাবে দেশত এনে এক ব্যৱস্থা হ'বলৈ গৈ আছে, যি ভাৰতীয় ৰে'ল সেৱা আৰু চৰ্দাৰ পেটেলক একাকাৰ কৰিবলৈ সক্ষম হ'ব ৷

লগতে পঢ়ক :গহপুৰৰ ভোলাগুৰি চাহ বাগিছাত গীতে-মাতে সোঁৱৰণ ৰূপকোঁৱৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.