ETV Bharat / bharat

কৰ'ণাভাইৰাছ প্ৰতিৰোধ : ন্যায়িক হস্তক্ষেপ দাবীৰে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

author img

By

Published : Mar 13, 2020, 2:47 PM IST

কৰ'ণাভাইৰাছ প্ৰতিৰোধ সম্পৰ্কত দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল ৷ ন্যায়িক হস্তক্ষেপৰ দাবী ৷

ন্যায়িক হস্তক্ষেপ দাবীৰে আবেদন
দিল্লী উচ্চ ন্যায়ালয়

নেশ্যনেল ডেস্ক, 13 মাৰ্চ : কৰ'ণাভাইৰাছৰ প্ৰকোপৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত শুকুৰবাৰে দাখিল কৰা হৈছে এখন আবেদন ৷ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি. এন. পেটেল আৰু বিচাৰক চি. হৰি শংকৰৰ উপস্থিতিত এই আবেদন দাখিল কৰা হয় ৷

আবেদন দাখিল সম্পৰ্কত ন্যায়াধীশৰ সন্মুখত এখন অধিবক্তাই মন্তব্য কৰে, "কৰ'ণাভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে আমি ন্যায়ালয়সমূহৰ হস্তক্ষেপ বিচাৰিছো ৷"

আৰু পঢ়ক : কৰ'ণাভাইৰাছৰ ক'লাৰ টিউনৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নেকি ?7

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.