ETV Bharat / bharat

পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

author img

By

Published : Jun 14, 2020, 3:55 PM IST

চৰকাৰে ২০১১ চনৰ পৰা পেট্ৰ’ল, ডিজেলৰ মূল্য দৈনিক সংশোধন কথা ঘোষণা কৰাৰ পাছত প্ৰথমবাৰলৈ পেট্ৰ’লত সৰ্বাধিক ৬২ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত সৰ্বাধিক ৬৪ পইচা বৃদ্ধি পাইছে ।

Petrol price hiked by 62 paise/litre, diesel by 64 paise; rates up by Rs 4.52 and Rs 4.64 in 8 days

নতুন দিল্লী, ১৪ জুন : পুনৰ বৃদ্ধি পেট্ৰ’ল, ডিজেলৰ মূল্য । দিল্লীত দেওবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত ৬২ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৬৪ পইচা বৃদ্ধি পায় । বৰ্তমান দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭৫.৭৮ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৪.০৩ টকা ।

Petrol price hiked by 62 paise/litre, diesel by 64 paise; rates up by Rs 4.52 and Rs 4.64 in 8 days
পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

চৰকাৰে ২০১১ চনৰ পৰা পেট্ৰ’ল, ডিজেলৰ মূল্য দৈনিক সংশোধন কথা ঘোষণা কৰাৰ পাছত প্ৰথমবাৰলৈ প্ৰতিলিটাৰ পেট্ৰ’লত সৰ্বাধিক ৬২ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত সৰ্বাধিক ৬৪ পইচা বৃদ্ধি পাইছে । কেন্দ্ৰীয় মূল্যৰ লগত ৰাজ্যসমূহত ভেটৰ ওপৰত নিৰ্ভৰ কৰি পৃথকে পৃথকে বৃদ্ধি পাব পেট্ৰ’ল, ডিজেলৰ মূল্য ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.