নিউজ ডেস্ক ,১১ জুনঃ পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধিয়ে সমস্যাত পেলাইছে সাধাৰণ ৰাইজক । বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পালে ৬০ পইচা কৈ প্ৰতি লিটাৰত ।
![petrol-diesel-prices-hiked-by-60-paise-slash-litre-each-5th-straight-daily-increase-in-rates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:37_768-512-7139118-thumbnail-3x2-img_1106newsroom_1591844479_865.jpg)
দিল্লীত বৃহস্পতিবাৰৰ দিনটোত ৭৪ টকা হ'ল প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম যি নেকি মুল্য আছিল ৭৩.৪০ পইচা। আনহাতে ডিজেলৰ মূল্য হল গৈ ৭২.২২ টকা প্ৰতিলিটাৰত যাৰ মূল্য আছিল ৭১.৬২ পইচা ।
ইপিনে ৰাজ্য ভেদে ইয়াৰ মূল্য বিভিন্ন হোৱা পৰিলক্ষিত হৈছে কিয়নো ৰাজ্য সমূহে নিজৰ কৰ আৰোপ কৰে পেট্ৰ'ল ডিজেলৰ ওপৰত । দৰাচলতে ক'ৰণা মহামাৰি সময়ত চৰকাকে এনেদৰে পেট্ৰ'ল ডিজেলৰ ওপৰত মূল্য বৃদ্ধি কৰাক লৈ বিপাঙত পৰিছে সাধাৰণ জনতা ।
লগতে চাওকঃ সমূহীয়া পদত্যাগৰ হুংকাৰ দিল্লীৰ কস্তুৰবা হাস্পতালৰ আবাসিক চিকিৎসকৰ