ETV Bharat / bharat

চাইবাৰ অপৰাধৰ বিৰুদ্ধে ঝাৰখণ্ডত ৰুজু 1282 টা গোচৰ - চাইবাৰ অপৰাধৰ বিৰুদ্ধে ঝাৰখণ্ডত ৰুজু গোচৰ

ঝাৰখণ্ডত অতি ভয়ানক ভাৱে বৃদ্ধি পাইছে চাইবাৰ অপৰাধ ৷ শেহতীয়া ভাৱে প্ৰায় 1282 টা গোচৰ ৰুজু হৈছে চাইবাৰ অপৰাধৰ বিৰুদ্ধে ৷ বিভিন্ন ৰাজ্যত ঝাৰখণ্ডৰ পৰা হোৱা চাইবাৰ অপৰাধৰ ভিন্ন গোচৰৰ তদন্ত আৰম্ভ কৰিছে ঝাৰখণ্ড পুলিচে ৷

cyber crime
চাইবাৰ অপৰাধৰ বিৰুদ্ধে ঝাৰখণ্ডত ৰুজু 1282 টা গোচৰ
author img

By

Published : Jan 1, 2021, 1:17 PM IST

নেশ্যনেল ডেস্ক, 1 জানুৱাৰী: দিনে দিনে দেশত বৃদ্ধি পাই আহিছে চাইবাৰ অপৰাধীৰ সংখ্যা ৷ এখনৰ পাচত আন এখন ৰাজ্যত বাঢ়ি গৈ আছে চাইবাৰ অপৰাধী ৷ শেহতীয়া ভাৱে ঝাৰখণ্ডত অতি ভয়ানক ভাৱে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ কাহিনী ৷ ৰাজ্যখনত প্ৰায় 1282 টা গোচৰ ৰুজু হৈছে চাইবাৰ অপৰাধৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: ঋণলৈ লোৱা ধন পৰিশোধ নকৰাৰ বাবে গুলিয়াই হত্যা কৰিলে যুৱকক

ঝাৰখণ্ড আৰক্ষী মুখ্য কাৰ্যালয়ৰ তথ্য অনুসৰি, ২০২০ চনৰ ২৮ ডিচেম্বৰলৈ,বিভিন্ন ৰাজ্যসমূহৰ পৰা আৰক্ষীয়ে ঝাৰখণ্ডৰ পৰা হোৱা চাইবাৰ অপৰাধৰ ১২৪২ টা গোচৰৰ তদন্তত সহায় বিচাৰিছিল। ইয়াৰে ঝাৰখণ্ড পুলিচে ৮৮৬ টা গোচৰৰ তদন্ত সম্পূৰ্ণ কৰি বহি:ৰাজ্যৰ আৰক্ষীক সহায় কৰিছিল ৷ তাৰ উপৰিও একে সময়তে, 305 টা গোচৰৰ তদন্ত আৰম্ভ কৰিছে ঝাৰখণ্ড পুলিচে ৷

লগতে পঢ়ক: উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল আৰক্ষী কনিষ্টবল

ৰাজ্যখনৰ সৰ্বাধিক দেৱঘৰ জিলা আৰু জামতাৰা জিলাত 333 আৰু 218টা ঠগ- প্ৰৱঞ্চনাৰ ঘটনাৰ সংঘটিত হৈছে ৷ ইয়াৰোপৰিও ৰাঞ্চিতো সৰ্বাধিক 290 টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে আৰক্ষীয়ে 1240 টা গোচৰ ইতিমধ্যে নিৰ্মূল কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.