ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ কুপৱাৰাত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন

author img

By

Published : Sep 28, 2020, 8:29 PM IST

সোমবাৰে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাঞ্চাল চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি যুদ্ধবিৰতি উলংঘন কৰে পাকিস্তানে ৷

Breaking News

নেশ্যনেল ডেস্ক, 28 ছেপ্তেম্বৰ: সোমবাৰে জম্মু-কাশ্মীৰৰ মাঞ্চাল চেক্টৰৰ কুপৱাৰা জিলাত পাকিস্তানে পুনৰ এবাৰ উলংঘন কৰে যুদ্ধবিৰতি ৷ বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি, মাঞ্চাল চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি যুদ্ধবিৰতি উলংঘন কৰে পাকিস্তানে ৷

এই সংঘৰ্ষত ভাৰতীয় নিৰাপত্তাৰক্ষীৰ এজন জোৱান গুলীবিদ্ধ হৈ আহত হয় যদিও, সম্প্ৰতি তেওঁ সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

"আমাৰ ফালৰ পৰা উচিত প্ৰত্যুত্তৰ দিয়া হৈছে ৷ এগৰাকী সেনা আহত হৈছে যদিও বৰ্তমান তেওঁ সুস্থ অৱস্থাত আছে ৷" সেনাবাহিনীৰ এগৰাকী বিষয়াই টুইটযোগে জানিবলৈ দিয়ে এই কথা ৷

লগতে পঢ়ক: কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে আলোচনা হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.