ETV Bharat / bharat

পাকিস্তানে মুক্তি দিলে ভাৰতীয় মাছমৰীয়াৰ দল - Landhi Jail

আৰৱ সাগৰত মাছ মাৰিবলৈ গৈ পাকিস্তানৰ সেনাৰ হাতত গ্ৰেপ্তাৰ হোৱা ভাৰতীয় মাছমৰীয়াৰ এটি 60জনীয়া দলক মুক্তি দিয়ে পাকিস্তানে ৷ এতিয়ালৈকে দেশখনে সৰ্বমুঠ 360গৰাকী ভাৰতীয়ক মুক্তি দিছে ৷

পাকিস্তানে মুকলি কৰিলে ভাৰতীয় মাছমৰীয়াৰ দল
author img

By

Published : Apr 29, 2019, 11:43 AM IST

Updated : Apr 29, 2019, 1:31 PM IST

নিউজ ডেস্ক, 29 এপ্ৰিলঃ পাকিস্তানে সৰ্বমুঠ 360গৰাকী মাছমৰীয়াক মুক্তি দিছে ৷ আৰৱ সাগৰত মাছ মাৰিবলৈ গৈ পাকিস্তান সেনাৰ হাতত গ্ৰেপ্তাৰ হৈছিল এইসমূহ মাছমৰীয়া ৷

দেওবাৰেও দেশখনে 60জনীয়া এটি মাছমৰীয়াৰ দলক মুক্তি দিয়ে ৷ ইয়াৰ পূৰ্বে কাৰাচীৰ লান্ধী জেলৰ পৰা তিনিটাকৈ 100 জনীয়া দলক সৰ্বমুঠ 300 গৰাকী ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিছিল দেশখনে ৷ দেশখনে মুকলি কৰি দিয়া মাছমৰীয়াসকলক ৱাগা-আটাৰী সীমান্তৰে ভাৰতক চমজাই দিয়ে পাকিস্তানে ৷

Intro:Body:

Pakistan frees Indians held over illegal fishing

Conclusion:
Last Updated : Apr 29, 2019, 1:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.