ETV Bharat / bharat

ভাৰতত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা পাক সন্ত্ৰাসবাদীৰ

অনুচ্ছেদ 370 বাতিলৰ পাচত ৰাজধানী দিল্লী আৰু এন চি আৰ এলাকাত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সংবাদ লাভ কৰিছে চোৰাংচোৱাই ৷ জইচ-ই-মহম্মদে আৰু লস্কৰ-ই-তৈবাৰ পিছত এিবাৰ অল-উমৰ-মুজাহিদ্দীনে কাশ্মীৰৰ বাহিৰত ভয়ংকৰ কূটাঘাটৰ ঘটনা সংঘটিত কৰাৰ গুৰুত্বপূৰ্ণ তথ্য আছে বিভাগটোৰ হাতত ৷

কাশ্মীৰ উপত্যকাৰ বাহিৰত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা পাক ISIৰ
author img

By

Published : Aug 31, 2019, 2:12 PM IST

নেশ্যনেল ডেস্ক, 31 আগষ্টঃ দিল্লী আৰক্ষীক সতৰ্ক কৰিছে চোৰাংচোৱা বিভাগে ৷ অনুচ্ছেদ 370 বাতিলৰ পাচত ৰাজধানী দিল্লী আৰু এন চি আৰ এলাকাত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সংবাদ লাভ কৰিছে চোৰাংচোৱাই ৷ জইচ-ই-মহম্মদে আৰু লস্কৰ-ই-তৈবাৰ পিছত মুজাহিদ্দীনে কাশ্মীৰৰ বাহিৰত ভয়ংকৰ কূটাঘাটৰ ঘটনা সংঘটিত কৰাৰ গুৰুত্বপূৰ্ণ তথ্য আছে বিভাগটোৰ হাতত ৷

PAK ISI PLOTTING BIG STRIKES OUTSIDE VALLEY
কাশ্মীৰ উপত্যকাৰ বাহিৰত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা পাক ISIৰ

উল্লেখযোগ্য যে, চলিত বৰ্যৰ জুন মাহত শ্ৰীনগৰৰ অনন্তনাগত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত জড়িত আছিল অল-উমৰ-মুজাহিদ্দীন ৷ এই আক্ৰমণত 5 জন জোৱান শ্বহীদ হৈছিল ৷ এই সংগঠনটোৰ নেতৃত্ব দিছিল মোষ্টাক আহমেদ জৰগাৰ ওৰফে মোষ্টাক লটৰাম ৷

নেশ্যনেল ডেস্ক, 31 আগষ্টঃ ভাৰতীয় ইন্টেলিজেঞ্চ ব্য’ৰ চোৰাংচোৱাৰ তথ্য অনুসৰি দিল্লী আৰক্ষীক সতৰ্ক কৰিছে চোৰাংচোৱা বিভাগে ৷ অনুচ্ছেদ 370 উঠাই লোৱাৰ পিছতে ৰাজধানী দিল্লী আৰু এন চি আৰ এলাকাত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সংবাদ পাইছে চোৰামচোৱায়ে ৷ জইচ-এ-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ পিছত এিবাৰ অল-উমৰ-মুজাহিদ্দীনে কাশ্মীৰ উপত্যকাৰ বাহিৰত ভয়ংকৰ কূটাঘাটৰ ঘটনা সংঘটিত কৰাৰ গুৰুত্বপূৰ্ণ তথ্য আছে বিভাগটোৰ হাতত ৷ উল্লেখযোগ্য যে, জুন মাহত শ্ৰীনগৰৰ অনন্তনাগত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত জড়িত আছিল অল-উমৰ-মুজাহিদ্দীন ৷ এই আক্ৰমণত 5 জন জোৱান স্বহীদ হৈছিল ৷ এই সংগঠনটোৰ নেতৃত্বত আছে মোষ্টাক আহমেদ জৰগাৰ বা মোষ্টাক লটৰাম ৷ জৰগাৰে অনুচ্ছেদ 370 উঠাই লোৱাৰ পিছতে জৰগাৰে কাশ্মীৰ আৰু পাক অধিকৃত কাশ্মীৰৰ পৰা সংগঠনটোত কেডাৰ অন্তৰ্ভূক্ত কৰাইছিল ৷ সংগঠনটোৱে তৈয়াৰ কৰিছে ফিডাইন দল য’ত থাকিব আত্মঘাটি বমাৰো আৰু বিস্ফোৰক ভৰ্তি গাড়ী ৷
দিল্লী আৰক্ষীৰ সৈতে ইন্টেলিজেঞ্চ ব্য’ৰৰ লগত হোৱা বৈঠকত চাইবাৰ কেফে, পুৰণা গাড়ী বিক্ৰেতা, চিম কাৰ্ড বিক্ৰেতা, ৰাসায়ন দোকান বিলাকৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ কৈছে ৷ ইয়াৰ উপৰিও সষ্টম হৈ ছাকিবলে কোৱা হৈছে অৰক্ষীক ৷
d3f8157a65f32b59a9a4c2339b62e538.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.