ETV Bharat / bharat

হাঁহিয়াতৰ পাত্ৰ হ'ল পাকিস্তান : ৰাম মাধৱ

author img

By

Published : Aug 16, 2019, 5:14 PM IST

পাকিস্তানক কটাক্ষ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সচিব ৰাম মাধৱে ৷ সমগ্ৰ বিশ্বৰ আগতে পাকিস্তান হাঁহিয়াতৰ পাত্ৰ হ'ল বুলি মন্তব্য কৰে তেওঁ ৷

হাঁহিয়াতৰ পাত্ৰ হ'ল পাকিস্তান : ৰাম মাধৱ

নেশ্বনেল ডেস্ক, 16 আগষ্ট : জম্মু - কাশ্মীৰ বিষয়টোক পাকিস্তানে ৰাষ্ট্ৰসংঘলৈ ঠেলি নিয়া সম্পৰ্কত চুবুৰীয়া ৰাষ্ট্ৰখনক কটাক্ষ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সচিব ৰাম মাধৱে ৷ তেওঁ মন্তব্য কৰে যে, এই কাণ্ডৰ জৰিয়তে পাকিস্তান সমগ্ৰ বিশ্বৰ আগত হাঁহিয়াতৰ পাত্ৰ হৈ পৰিল ৷ পাকিস্তানৰ এই বিক্ষোভত ভাৰত কোনো কাৰণতে ক্ষতিগ্ৰস্ত নহয় বৰঞ্চ পাকিস্তানহে ক্ষতিগ্ৰস্ত হ'ব বুলি মন্তব্য কৰে ৰাম মাধৱে ৷

সাংবাদিকৰ আগত ৰাম মাধৱে মন্তব্য কৰে যে, ৰাষ্ট্ৰখনে (পাকিস্তান) নিজৰ ধংস নিজেই মাতি আনিছে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তত কাশ্মীৰবাসীৰ লগতে সমগ্ৰ দেশবাসী সন্তুষ্ট বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সচিব গৰাকীয়ে মন্তব্য কৰে ৷

PAK BECOMING A LAUGHING STOCK ALL OVER THE WORLD : RAM MADHAV

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.