ETV Bharat / bharat

গণতন্ত্ৰ দিৱসৰ দিনা বিৰোধী দলে পাঠ কৰিব সংবিধানৰ প্ৰস্তাৱনা

author img

By

Published : Jan 14, 2020, 11:32 AM IST

সোমবাৰে নতুন দিল্লীত বিৰোধী দলে সমূহে এক বৈঠক অনুষ্ঠিত কৰি গণতন্ত্ৰ দিৱসৰ দিনা সমগ্ৰ দেশতে সংবিধানৰ প্ৰস্তাৱনাখন পঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইন, 2019 বলৱৎ কৰা বাবে আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লগতে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীকৰণৰ বিৰোধিতা কৰিবলৈ তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

Republic Day
গণতন্ত্ৰ দিৱস

নেশ্বনেল ডেস্ক, 14 জানুৱাৰীঃ সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টিয়ে নাগৰিকত্ব সংশোধনী আইন, 2019 বলৱৎ কৰা বাবে আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লগতে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীকৰণৰ বিৰোধিতা কৰিবলৈ বিৰোধী দলে গণতন্ত্ৰ দিৱসৰ দিনা সমগ্ৰ দেশতে সংবিধানৰ প্ৰস্তাৱনাখন পঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বিৰোধী দলসমূহে সোমবাৰে নতুন দিল্লীত এক বৈঠকত মিলিত হয় এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ যি কেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে তেওঁলোকৰ ৰাজ্যত ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীকৰণৰ প্ৰক্ৰিয়া স্থগিত কৰিব বিচাৰে আৰু নাগৰিকত্ব সংশোধনী আইন, 2019 আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰোধিতা কৰে তেওঁলোক এই বৈঠকত উপস্থিত আছিল ৷

ইয়াৰোপৰি বিৰোধী দল সমূহে 23 জানুৱাৰীত, নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনৰ দিনা 'জয় হিন্দ দে' পালন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ বৈঠকখনত গ্ৰহণ কৰাৰ প্ৰস্তাৱ অনুসৰি বসুৰ নেতৃত্বত ভাৰতীয় জাতীয় সেনাৰ দ্বাৰা নিৰ্মিত শ্ল'গানটো সমগ্ৰ ভাৰতবাসীৰ বাবে এক নিয়মিত শুভেচ্ছা হৈ উঠিছে-"জয় হিন্দ"৷ 1946-46ৰ কঠিন সময়ছোৱাত লালকিল্লাৰ সন্মুখত ভাৰতীয় জাতীয় সেনাই দিয়া "চেহগাল, ধিল্ল'ন, শ্বাহনাৱাজ" শ্ল'গানে ভাৰতীয়সকলৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছিল ৷ উল্লেখ্য যে 30 জানুৱাৰীত মহাত্মা গান্ধীৰ মৃত্যুৰ দিৱসৰ দিনা সংবিধানৰ প্ৰস্তাৱনাখন পাঠ কৰা হ'ব ৷

বিৰোধী দলসমূহে লগতে কয় যে CAA, এনপিআৰ আৰু এনআৰচিৰ এটা পেকেজ হয় যি অসাংবিধানিক হয় আৰু যিয়ে বিশেষকৈ দৰিদ্ৰ, দলিত, সংৰক্ষিত জনজাতি, সংৰক্ষিত জনগোষ্ঠী আৰু ভাষা আৰু ধৰ্মীয় সংখ্যালঘু লোকসকলক লক্ষ্য কৰে ৷ এনপিৰআৰ এনআৰচিৰ আধাৰ হয় ৷ তেওঁলোকে CAA বাতিল কৰাৰ লগতে সমগ্ৰ দেশতে তাৎক্ষণিকভাৱে এনপিআৰ আৰু এনআৰচি স্থগিত কৰাৰ দাবী কৰে ৷ ইয়াৰোপৰিও তেওঁলোকে কয় যে যিসকল মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ ৰাজ্যত এনআৰচি কাৰ্যকৰী নকৰে তেওঁলোকে এনপিআৰ গণনা নিলম্বিত কৰাৰ ওপৰতো বিচাৰ কৰিব লাগে কিয়নো ই এনআৰচিৰ বাবে এক প্ৰস্তাৱ হয় ৷ তদুপৰি তেওঁলোকে লোৱা সংকল্পত এইটো উল্লেখ কৰে যে, অৰ্থনৈতিক সংকটে বিগতৰ ফলত দেশৰ জিডিপি হ্ৰাস, মন্দাৱস্থা আৰু নিৱনুৱাৰ স্তৰ বৃদ্ধি কৰিছে ৷ লগতে তেওঁলোকে অভিযোগ কৰে যে ক্ৰমান্বয়ে কৃষকৰ আত্মহত্যা, পেট্ৰ'লিয়াম উৎপাদন, ৰন্ধন গেছ আৰু পাচলিৰ দাম বৃদ্ধিৰ বাবে কৃষি সংকট বৃদ্ধি পোৱাৰ লগতে জনসাধাৰণৰ জীৱন কৰুণ হৈ পৰিছে ৷ মোডী চৰকাৰখনে এক অৰ্থনৈতিক বিপৰ্যয়ৰ সৃষ্টি কৰিছে বুলিও তেওঁলোকে অভিযোগ কৰে ৷

লগতে পঢ়ক - নিৰ্বাচনৰ পূৰ্বে দিল্লীত বৃহৎ পৰিমানৰ ধন জব্দ

Intro:Body:

Opposition to read out Constitution preamble on Republic Day

New Delhi, Jan 13 (IANS) Opposition parties have decided to keep up the pressure on the Centre on the triple CAA, NPR and NRC issues by reading out the preamble to the Constitution across the country on Republic Day.

In a statement issued following a meeting here on Monday, the opposition parties said they had decided to observe a "Jai Hind Day" on the birth anniversary of Netaji Subhas Chandra Bose on January 23.

The resolution adopted at the meeting also called upon Chief Ministers who are opposed to the Citizenship (Amendment) Act and the National Register of Citizens (NRC), to stop the Nationbal Population Register (NPR) process their states.

The resolution said: "The slogan coined by the Indian National Army (INA) under his (Bose) leadership has become the regular greeting of all Indians - "Jai Hind". The historic INA trial at Red Fort reverberated with the slogan "Sahhgal, Dhillon, Shahnawaz" that galvanised the Indian people and bolstered the communal unity of our people during those difficult times of 1945-46."

"Readings of the Preamble of the Constitution and taking oath to safeguard it in all habitations across the country must be held. and on January 30, on the martyrdom day of Mahatma Gandhi. Observe it by highlighting his relentless campaigns in pursuit of communal harmony," the resolution said, urging people to join the program.

The opposition parties also urged the states to stop the NPR process from going ahead.

"The CAA, NPR and NRC is a package that is unconstitutional, which specifically targets the poor, the downtrodden, the SC/STs and the linguistic and religious minorities. The NPR is the basis for the NRC. We demand the withdrawal of the CAA and the immediate stoppage of the nationwide NRC/NPR. All the Chief Ministers, who have announced that they will not implement NRC in their State, must consider to suspend the NPR enumeration as this is a prelude to NRC," they said.

The resolution also said the economic crisis has pushed the economy to the verge of a recession with a record fall in the country''s GDP and unemployment levels at their highest in the last half century.

"Agrarian distress deepening with rising farmers'' suicides, massive closures and lay offs in industrial units accompanied by rising prices of petroleum products, cooking gas, vegetables and all essential commodities is making people''s lives more miserable. The Modi government has created an economic disaster," it added.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.