ETV Bharat / bharat

অপৰেচন স্মাইল: প্ৰাণ ৰক্ষা পৰিল 581টা শিশুৰ - cyberabad

স্মাইল নামৰ এটা সাইবাৰ দলে এটা বৰ্ষত উদ্ধাৰ কৰে 581টা শিশু ৷ পদপথত ভিক্ষা মাগি থকা,প্ৰতিষ্ঠানত কাম কৰা শিশুক নতুন জীৱন দিয়াৰ প্ৰয়াস স্মাইলৰ ৷

স্মাইলৰ সফলতা
author img

By

Published : Jun 18, 2019, 9:53 AM IST

নিউজ ডেস্ক,18জুন : স্মাইল নামৰ এটা সাইবাৰ দলৰ সফলতা ৷ এই সাইবাৰ ক্ৰাইমৰ দলটোৱে তেলেংগনাৰ 581টা শিশুৰ ৰক্ষা কৰিলে প্ৰাণ ৷

উল্লেখ্য যে, 2018 চনত সাইবাৰ ক্ৰাইমৰ আয়ুক্তৰ দ্বাৰা তিনিটা ধাৰাত স্মাইল নামৰ দল গঠন কৰি দিয়া হৈছিল ৷ দলকেইটাৰ উদ্দেশ্য আছিল পথত ভিক্ষা মাগি থকা কণমানি শিশুৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰতিষ্ঠানত কাম কৰি থকা শিশুক উদ্ধাৰ কৰি নতুন জীৱন দিয়া ৷ সেই অনুসৰি স্মাইলৰ অধিনত চলি গৈছিল কাম ৷ যাৰ পৰিপেক্ষিতত স্মাইলে এটা বৰ্ষত 581টা শিশুৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ৷ এই 581টা শিশুৰ ভিতৰত 204 জনী কিশোৰী আৰু 339টা কিশোৰ ৷ ইয়াৰে, 38টা শিশুক চমজাই দিয়া হয় নিজ পৰিয়ালক ৷ য'ত কিশোৰ 29টা আৰু 9জনী কিশোৰী আছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.