ETV Bharat / bharat

পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানী সেনাৰ

author img

By

Published : Feb 16, 2020, 10:33 AM IST

পাকিস্তানী সেনাৰ দ্বাৰা যুদ্ববিৰতি উলংঘনৰ এক ঘটনাত, কঠুৱা জিলাৰ হীৰা নগৰ চেক্টৰত তিনিটা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় ৷ পাকিস্তানী সেনাবাহিনীয়ে দীৰ্ঘ দূৰত্বৰ মৰ্টাৰেৰে লক্ষ্য কৰিছিল প্ৰতিৰক্ষা অৱস্থান আৰু অসামৰিক অঞ্চলসমূহক ৷

Pakistan firing
Pakistan firing

নেশ্যনেল ডেস্ক, 15 ফেব্ৰুৱাৰীঃ জম্মু-কাশ্মীৰৰ কঠুৱা জিলাৰ হীৰা নগৰ চেক্টৰত নিশা সীমান্তৰ সিপাৰৰ পৰা হোৱা গুলীবৰ্ষনত 3 টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় ৷ এই গুলীচালনাৰ ঘটনা নিশা 2 বজাৰ পৰা পুৱা 6 বজালৈ অব্যাহত থাকে ৷ পাকিস্তানী সেনাবাহিনীয়ে দীৰ্ঘ দূৰত্বৰ মৰ্টাৰেৰে প্ৰতিৰক্ষা অৱস্থান আৰু অসামৰিক অঞ্চলবোৰক লক্ষ্য কৰিছিল আক্ৰমণ সংঘটিত কৰিছিল ৷ সীমান্ত সুৰক্ষা বাহিনীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ৷

পাকিস্তানৰ দ্বাৰা যুদ্ধবিৰতি উলংঘন হোৱাৰ বহু ঘন্টা পিচত তাৰ সেনাবাহিনীয়ে পুঞ্চ জিলাৰ শ্বাহপুৰ চেক্টৰৰ LOC ৰ কাষৰীয়া গাঁওসমূহক লক্ষ্য কৰি লৈছিল, য'ত এজন সাধাৰণ নাগৰিকৰ লগতে আহত হয় তিনিগৰাকী সেনাজোৱান ৷

লগতে পঢ়কঃ ভাৰতীয় সেনাই ধ্বংস কৰিলে পাকিস্তানী সেনাৰ মৰ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.