ETV Bharat / bharat

ওড়িশাত দলং খহি এজনৰ মৃত্যু - ওড়িশা

বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি বৈজয়ন্ত জয় পাণ্ডাই টুইটযোগে মৃত শ্ৰমিকজনৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনোৱাৰ লগতে আহত শ্ৰমিককেইজনৰ দ্ৰুত আৰোগ্য কামনা কৰিছে ।

One dead, six injured after under-construction building collapses in Odisha
ওড়িশাত দলং খহি এজনৰ মৃত্যু: ছজন আহত
author img

By

Published : Jan 10, 2021, 10:28 PM IST

নিউজ ডেস্ক, 10 জানুৱাৰী : ওড়িশাৰ নাবৰংপুৰ জিলাত দেওবাৰে এখন দলং নিৰ্মাণৰ কাম চলি থকা সময়তে হঠাৎ খহি পৰে ৷ নিৰ্মীয়মান দলংখন খহি পৰাৰ ফলত এজন লোক মৃত্যু হোৱাৰ লগতে আন ৬ জন শ্ৰমিক গুৰুতৰভাৱে আহত হয় । প্ৰাথমিক তথ্যত জানিব পৰা অনুসৰি দলংখনৰ নিৰ্মাণৰ কাম গ্ৰাম্য উন্নয়ন বিভাগে কৰিছিল ।

  • Was blessed to get a darshan at the Ma Kamakhya Devi temple in Guwahati today, as well as to do a Surya puja at the appropriate site within the complex. This storied religious site dates from a prehistoric period & emanates a powerful aura that must be experienced to be believed. pic.twitter.com/MzzeEAsoQJ

    — Baijayant Jay Panda (@PandaJay) January 10, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি বৈজয়ন্ত জয় পাণ্ডাই টুইটযোগে এই ঘটনাত শোক প্ৰকাশ কৰিছে ৷ তেওঁ মৃত শ্ৰমিকজনৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনোৱাৰ লগতে আহত শ্ৰমিককেইজনৰ দ্ৰুত আৰোগ্য কামনা কৰিছে ।

লগতে পঢ়ক : জগন্নাথ মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত বাধ্যতামূলক নহ’ব ক’ভিড পৰীক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.