ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ মানধৰ অঞ্চলত পাকিস্তানৰ গুলীবৰ্ষণত নিহত এজন

বুধবাৰে পুনৰ যুদ্ধ বিৰতি উলংঘা কৰে পাকিস্তানে । জম্মু-কাশ্মীৰৰ বালাকোট অঞ্চলত গুলীবৰ্ষণ কৰে পাকিস্তানে । যাৰ ফলত এজন ব্যক্তি নিহত হোৱাৰ উপৰিও আহত হয় আন এজন ।

জম্মু-কাশ্মীৰ
জম্মু-কাশ্মীৰ
author img

By

Published : Jul 8, 2020, 8:36 AM IST

নিউজ ডেস্ক, ৮ জুলাইঃ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত মানধৰ অঞ্চলত বুধবাৰে পাকিস্তানৰ আক্ৰমণত নিহত হয় এজন বৃদ্ধ লোকৰ । আনহাতে গুৰুতৰভাৱে আহত হয় আন এজন ব্যক্তি ।

পাকিস্তানে নিশা প্ৰায় ২ বজাত বালাকোট আৰু মানধৰ অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত গুলীবৰ্ষণ কৰি যুদ্ধ বিৰতি উলংঘা কৰে । আনহাতে, বিগত ১ সপ্তাহৰ ভিতৰত বালাকোট অঞ্চলত দ্বিতীয় বাৰৰ বাবে যুদ্ধ বিৰতি উলংঘা কৰে পাকিস্তানে । ২০০৩ চনৰ নবেম্বৰ মাহত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বিৰতি কাৰ্যকৰী হৈছিল যদিও পাকিস্তানে প্ৰায়ে উলংঘা কৰি আহিছে এই নিয়ম ।

লগতে চাওকঃ গোসাইগাঁৱত আদিবাসী কোব্ৰা মিলিটাৰীৰ প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.