ETV Bharat / bharat

ৰাম মন্দিৰৰ সুৰক্ষা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠক - উচ্চ পৰ্যায়ৰ ব্যক্তি

উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মীয়মান ৰাম মন্দিৰৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা হয় ৷ এই বৈঠকত সুৰক্ষা বাহিনীৰ বহু উচ্চ পৰ্যায়ৰ ব্যক্তি উপস্থিত থাকে ৷

Officials hold high-level meet on Ayodhya Ram Temple security
ৰাম মন্দিৰৰ সুৰক্ষা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠক
author img

By

Published : Sep 9, 2020, 3:54 AM IST

নেশ্যনেল ডেস্ক, 9 ছেপ্তেম্বৰ : উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মীয়মান ৰাম মন্দিৰৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা হয় ৷ ৰাম জন্মভূমিত ষ্টেণ্ডিং ছিকিউৰিটী কাউন্সিলৰ এই বৈঠক প্ৰতি তিনি মাহৰ অন্তত অনুষ্ঠিত হয় ৷ মঙলবাৰে অযোধ্য়াৰ এখন ৰিজৰ্টত এই বৈঠকৰ আয়োজন কৰা হয় ৷

এই বৈঠকত সুৰক্ষা বাহিনীৰ বহু উচ্চ পৰ্যায়ৰ ব্যক্তি উপস্থিত থাকে ৷ তেওঁলোকৰ ভিতৰত অন্যতম এডিজি ভি. কে. সিং আৰু লক্ষ্নৌ জনৰ এডিজি এছ. এন. সবট ৷ তথ্য অনুসৰি, মন্দিৰ প্ৰাংগনত সুৰক্ষা ব্য়ৱস্থা আৰু উন্নত কৰাৰ ওপৰত বৈঠকত আলোচনা কৰা হয় ৷

বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, মন্দিৰ নিৰ্মাণৰ কাম ভালদৰে হ'ব লাগে যাতে ভৱিষ্যতে দৰ্শনাৰ্থীৰ বাবে কোনো অসুবিধাৰ সৃষ্টি নহয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.