ETV Bharat / bharat

উৰিষ্য়াত ১১ জানুৱাৰীত খুলিব মহাবিদ্য়ালয়-বিশ্ববিদ্য়ালয়ৰ শ্ৰেণীকোঠা

author img

By

Published : Jan 3, 2021, 8:58 PM IST

স্নাতক পৰ্যায়ৰ পৰা মহাবিদ্য়ালয় আৰু বিশ্ববিদ্য়ালয় সমূহ পুনৰ খোলাৰ ক্ষেত্ৰত বিশেষ ঘোষণা কৰে উৰিষ্য়া চৰকাৰে । চৰকাৰে জনোৱা মতে অহা ১১ জানুৱাৰীৰ পৰা আৰম্ভ হব মহাবিদ্য়ালয় আৰু বিশ্ববিদ্য়ালয়ৰ শ্ৰেণীকোঠাৰ পাঠদান ।

উৰিষ্য়াত ১১ জানুৱাৰীত খুলিব মহাবিদ্য়ালয়-বিশ্ববিদ্য়ালয়ৰ শ্ৰেণীকোঠা
উৰিষ্য়াত ১১ জানুৱাৰীত খুলিব মহাবিদ্য়ালয়-বিশ্ববিদ্য়ালয়ৰ শ্ৰেণীকোঠা

নেশ্য়নেল ডেস্ক , ৩ জানুৱাৰী : স্নাতক পৰ্যায়ৰ মহাবিদ্য়ালয় আৰু বিশ্ববিদ্য়ালয় সমূহ পুনৰ খোলাৰ ক্ষেত্ৰত বিশেষ জাননী উৰিষ্য়া চৰকাৰৰ । চৰকাৰে জনোৱা মতে অহা ১১ জানুৱাৰীৰ পৰা খুলিব মহাবিদ্য়ালয় আৰু বিশ্ববিদ্য়ালয়সমূহ । উচ্চ শিক্ষা বিভাগে ২০২০-২১ শিক্ষাবৰ্ষৰ অন্তিম বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীৰ বাবে শ্ৰেণীকোঠাৰ পাঠদান আৰম্ভ কৰাৰ ঘোষণা কৰে । ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ লগতে মাৰ্চ মাহৰ পৰা শ্ৰেণীকোঠাৰ পাঠদান বন্ধ হৈ থকাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা শিক্ষাৰ্থীৰ কথা চিন্তা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ।

নিৰ্দেশনা অনুসৰি ১১ জানুৱাৰীৰ পৰা চৰকাৰী বিশ্ববিদ্য়ালয়ৰ লগতে বেচৰকাৰী স্নাতক পৰ্যায়ৰ মহাবিদ্য়ালয়সমূহো খুলিব পাৰিব । ফলাফলাৰ ক্ষেত্ৰটো বিশেষ নিৰ্দেশনা বিভাগটোৰ । নিৰ্দেশনা অনুসৰি ১৬ ৰ পৰা ৩০ জুনত অন্তিম ষান্মাষিকৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ১৫ জুলাইৰ ভিতৰত ঘোষণা কৰিব লাগিব ফলাফলা আৰু ১৬ মাৰ্চৰ পৰা ৩১ মাৰ্চৰ ভিতৰত স্নাতক আৰু স্নাতকোত্তৰৰ আন কেইটা ষান্মাষিকৰ পৰীক্ষা অনুষ্ঠিত কৰি ৩০ এপ্ৰিলৰ ভিতৰত ফলাফলা ঘোষণা কৰিব লাগিব ।

লগতে পঢ়ক : ফিৰোজাবাদৰ এক পথ দুৰ্ঘটনাত ২ জনৰ মৃত্য়ু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.