ETV Bharat / bharat

অসমৰ প্ৰাক্তন অতিৰিক্ত ডিজিপি অশোক চাহুৰ পৰলোকপ্ৰাপ্তি

author img

By

Published : Sep 17, 2020, 4:02 PM IST

Updated : Sep 17, 2020, 4:54 PM IST

অসমৰ প্ৰাক্তন অতিৰিক্ত ডিজিপি অশোক চাহুৰ পৰলোকপ্ৰাপ্তি ঘটে ৷ পিঠাপুৰৰ বাসগৃহত উড়িশাৰ বিজেপি নেতাগৰাকীৰ 68 বছৰ বয়সত মৃত্যু হয় ৷

68 বছৰ বয়সত মৃত্যু
অসমৰ প্ৰাক্তন অতিৰিক্ত ডিজিপি অশোক চাহুৰ পৰলোকপ্ৰাপ্তি

নেশ্যনেল ডেস্ক, 17 ছেপ্তেম্বৰ : উড়িশাৰ বিজেপি নেতা তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া অশোক চাহুৰ পৰলোকপ্ৰাপ্তি ঘটিছে ৷ পিঠাপুৰৰ তেওঁৰ বাসগৃহত অসমৰ প্ৰাক্তন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 68 বছৰ ৷

বহুদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল চাহু ৷ অসমত কৰ্মৰত অৱস্থাতে তেওঁ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল আৰু বিজেপি দলত যোগদান কৰিছিল ৷ চাহুৰ মৃত্যুত ৰাজনৈতিক নেতাসকলে গভীৰ শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : দিল্লী কাণ্ড সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক বিৰোধী নেতাৰ

Last Updated : Sep 17, 2020, 4:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.