ETV Bharat / bharat

সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ'ব এন আৰ চিঃ অমিত শ্বাহ

author img

By

Published : Nov 20, 2019, 3:11 PM IST

Updated : Nov 20, 2019, 3:23 PM IST

সমগ্ৰ দেশতে কাৰ্যকাৰী কৰা হ'ব এন আৰ চিৰ প্ৰক্ৰিয়া ৷ ৰাজ্যসভাত এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷

ৰাজ্যসভাত গৃহমন্ত্ৰী

নিউজ ডেস্ক, 20 নৱেম্বৰঃ সমগ্ৰ দেশতে কাৰ্যকাৰী কৰা হ'ব এন আৰ চিৰ প্ৰক্ৰিয়া ৷ ৰাজ্যসভাত এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ কলিকতাৰ তৃণমূল সাংসদ স্বপন দাস গুপ্তাৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷

বুধবাৰে ৰাজ্যসভাৰ নিৰ্বাচিত সাংসদ স্বপন দাস গুপ্তাই প্ৰশ্ন কৰে যে, কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে বিগত 7 ছেপ্তেম্বৰত ৰাজপত্ৰত কৰা ঘোষণা সমগ্ৰ দেশতে প্ৰযোজ্য হ'ব নেকি ?

তৃণমূল সাংসদ স্বপন দাস গুপ্তাৰ প্ৰশ্ন

লগতে পঢ়কঃ এন আৰ এলৰ ব্যক্তিগতকৰণঃ অসমৰ জনসাধাৰণৰ আৱেগত আন এক আঘাত

সাংসদগৰাকীৰ প্ৰশ্নৰ উত্তৰত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, অসমত চলি থকা এন আৰ চিৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে উচ্চতম ন্যায়ালয়ত তত্বাবধানত চলি আছে ৷ আৰু অসম চুক্তিৰ আধাৰত ৰাজ্যখনত এন আৰ চিৰ কাম চলি আছে ৷ যিসময়ত সমগ্ৰ দেশজুৰি এন আৰ চিৰ কাম আৰম্ভ হ'ব তেতিয়া স্বাভাৱিকভাৱে অসমতো এন আৰ চিৰ কাম পুনৰ আৰম্ভ হ'ব ৷

কি ক'ল অমিত শ্বাহে

Intro:Body:

NRC ISSUE IN RAIJYA SABHA

Conclusion:
Last Updated : Nov 20, 2019, 3:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.