ETV Bharat / bharat

কৰ'ণা ভাইৰাছৰ সৈতে কোনো অপবাদ জড়িত নকৰিবঃ প্ৰধানমন্ত্ৰী মোডী - ৰেড জ'ন

কৰ'ণা ভাইৰাছৰ সৈতে কোনো ধৰণৰ সামাজিক অপবাদ জড়িত নকৰাকৈয়ে ৰোগীসকলক ভাইৰাছৰ চিকিৎসা প্ৰদান কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । সোমবাৰে ভিডিঅ' কনফাৰেঞ্চযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত এনেদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

নৰেন্দ্ৰ মোডী
কৰ'ণা ভাইৰাছৰ সৈতে কোনো অপবাদ জড়িত নকৰিবঃ প্ৰধানমন্ত্ৰী মোডী
author img

By

Published : Apr 27, 2020, 11:10 PM IST

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ মহামাৰী কৰ'ণা ভাইৰাছৰ সৈতে কোনো ধৰণৰ সামাজিক অপবাদ জড়িত নকৰিবলৈ তথা অন্য স্বাস্থ্য সম্বন্ধীয় সুবিধাসমূহৰ দৰে এই ভাইৰাছৰ চিকিৎসা প্ৰদান কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

নৰেন্দ্ৰ মোডী
কৰ'ণা ভাইৰাছৰ সৈতে কোনো অপবাদ জড়িত নকৰিবঃ প্ৰধানমন্ত্ৰী মোডী

সোমবাৰে ভিডিঅ' কনফাৰেঞ্চযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত এনেদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

আনহতে, প্ৰধানমন্ত্ৰী গৰাকীয়ে পৰামৰ্শ আগবঢ়াই যে, ৰঙা আৰু কমলা জ'নৰ ভিতৰত পৰা জিলাসমূহত ভাইৰাছবিধ সংক্ৰমিত হোৱাটো ৰোধ কৰিবলৈ প্ৰয়াস কৰা উচিত ।

আনহাতে, প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ৰেড জ'ন হিচাপে চিহ্নিত অঞ্চলসমূহত কঠোৰ নিৰ্দেশ প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

উল্লেখ্য যে, প্ৰথম অৱস্থাত মহামাৰী COVID-19 আক্ৰান্তৰ ৰোগী থকা দেশৰ ১৬ খন জিলাত বিগত ২৮ দিনৰ ভিতৰত নতুনকৈ কোনো লোক আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰা হোৱা নাই । আৰু বিগত ১৪ দিনে ৮৫ খন জিলাত কোনো নতুনকৈ মহামাৰী COVID-19 ত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা নাই বুলিও প্ৰকাশ কৰা হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.