ETV Bharat / bharat

মোডীয়ে উলংঘা কৰা নাই নিৰ্বাচনী আচৰণ বিধিঃ নিৰ্বাচন আয়োগ - ETV BHARAT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপক্ষে থিয় দিছে নিৰ্বাচন আয়োগ। এপ্ৰিলৰ ১ তাৰিখে মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত কৰা বক্তৃতাৰ বিৰোধিতা কৰি এই বক্তৃতা ঘৃণনীয় তথা বিভাজনমূলক আখ্যা দিছিল কংগ্ৰেছে।

মোডীয়ে উলংঘা কৰা নাই নিৰ্বাচনী আচৰণ বিধি : নিৰ্বাচনী আয়োগ
author img

By

Published : Apr 30, 2019, 11:41 PM IST

নিউজ ডেস্ক,৩০ এপ্ৰিলঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোনো নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা নাই বুলি মন্তব্য কৰে নিৰ্বাচন আয়োগে । এপ্ৰিলৰ ১ তাৰিখে মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত এক জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ বিৰুদ্ধে এক বক্তৃতা আগবঢ়াইছিল ।

ETV BHARAT
মোডীয়ে উলংঘা কৰা নাই নিৰ্বাচনী আচৰণ বিধি : নিৰ্বাচনী আয়োগ

উল্লেখ্য যে, বিৰোধী দল কংগ্ৰেছে এপ্ৰিলৰ ৫ তাৰিখে নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ আগত জনাইছিল যে, তেওঁৰ এই বক্তৃতা ঘৃণনীয় তথা বিভাজনমূলক।

NO POLL CODE VIOLATED BY MODI : EC

মোডীয়ে উলংঘা কৰা নাই নিৰ্বাচনী আচৰণ বিধি  : নিৰ্বাচন আয়োগ

নিউজ ডেস্ক, ৩০ এপ্ৰিল: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোনো নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা নাই বুলি মন্তব্য কৰে নিৰ্বাচনী আয়োগে । এপ্ৰিলৰ ১ তাৰিখে মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত এক জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ বিৰুদ্ধে এক বক্তৃতা আগবঢ়াইছিল । 

উল্লেখ্য যে, বিৰোধী দল কংগ্ৰেছে এপ্ৰিলৰ ৫ তাৰিখে নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ  আগত জনাইছিল যে, তেওঁৰ এই বক্তৃতা ঘৃণনীয় তথা বিভাজনমূলক । 
 
PM_Modi05.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.