ETV Bharat / bharat

চীনা সৈনিকে ভাৰতীয় অঞ্চলত প্ৰৱেশ কৰাৰ দাবীক অস্বীকাৰ চৰকাৰী সূত্ৰৰ

author img

By

Published : Dec 21, 2020, 5:36 PM IST

"আজি এটা পুৰণি ভিডিঅ' প্ৰচাৰ কৰা হৈছে । তৎসত্তেও এই বিষয়টো স্থানীয় অসামৰিক প্ৰশাসনে মোকাবিলা কৰি আছে," কোনো চীনা সৈনিকে ভাৰতীয় অঞ্চলত প্ৰৱেশ কৰা নাই বুলি দাবী কৰি চৰকাৰী সূত্ৰই এনেদৰে কয়।

No Chinese troops entered into Indian territory, govt officials clarifies on viral video
চীনা সৈনিকে ভাৰতীয় অঞ্চলত প্ৰৱেশ কৰাৰ দাবীক অস্বীকাৰ চৰকাৰী সুত্ৰৰ

নিউজ ডেস্ক, 21ডিচেম্বৰ : এটা ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ পাইছিল যে, চীনা সৈনিক লাডাখৰ ভাৰতীয় অঞ্চলত প্ৰৱেশ কৰিছিল আৰু স্থানীয় ৰাইজ আৰু আই টি বি পিৰ জোৱান সকলৰ হস্তক্ষেপৰ পিছত উভতি গৈছিল ৷ চৰকাৰী বিষয়াসকলে এনে কোনো দাবী অস্বীকাৰ কৰিছে ।

চৰকাৰী সূত্ৰৰ মতে, ভিডিঅ'টো এটা পুৰণি ভিডিঅ' আৰু এয়া এটা স্থানীয় অসামৰিক বিষয় ।

"আজি এটা পুৰণি ভিডিঅ' প্ৰচাৰ কৰা হৈছে। তৎসত্তেও এই বিষয়টো স্থানীয় অসামৰিক প্ৰশাসনে মোকাবিলা কৰি আছে" কোনো চীনা সৈনিকে ভাৰতীয় অঞ্চলত প্ৰৱেশ কৰা নাই বুলি দাবী কৰি চৰকাৰী সূত্ৰই এনেদৰে কয় ।

সুত্ৰই জনোৱা মতে, পোহনীয়া জন্তুৰ সৈতে কেইজনমান স্থানীয় নোমাড ভাৰতীয় অঞ্চলত প্ৰবিষ্ট হৈছিল আৰু কেইদিনমান আগতে তেওঁলোকৰ সৈতে স্থানীয় লোকৰ মুখামুখি হৈছিল।

"এয়া প্ৰথমবাৰ হোৱা নাই। এয়া বহু বছৰ ধৰি হৈ আছে কিয়নো তেওঁলোক স্থানীয় লোক আৰু সেই অঞ্চলত কেতিয়াবা টেণ্ট, পোহনীয়া জন্তু আদিৰ সৈতে সীমা পাৰ হৈ ভ্ৰমণ কৰে," এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই কয়।

লগতে পঢ়ক: জ্যেষ্ঠ কংগ্ৰেছ নেতা মতিলাল বোৰাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.