ETV Bharat / bharat

শাস্তিৰ দিন পিছুওৱাৰ সম্ভাৱনা নিৰ্ভয়া কাণ্ডত জড়িত দোষীৰ - নিৰ্ভয়া কাণ্ড

দেশ কঁপাই যোৱা নিৰ্ভয়া কাণ্ডত জড়িত দোষীৰ বহু প্ৰত্যাশিত শাস্তিৰ দিন ঘোষণাৰ পিছত দিনে দিনে কেতবোৰ নতুন বিষয় উত্থাপন হৈ আছে ৷ আদালতে ৰায়দান কৰা অনুসৰি 22 জানুৱাৰীত দোষীৰ ফাঁচীৰ দিন নিৰ্ধাৰণ কৰা হৈছে ৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত তিহাৰ জেল কৰ্তৃপক্ষই দিল্লী চৰকাৰক জনায় যে,নিৰ্ভয়া কাণ্ডত জড়িত চাৰিওজন দোষীৰ মৃত্যুদণ্ডৰ ক্ষমা বিচাৰি আবেদন কৰাৰ বাবে শাস্তিৰ দিন পিছুওৱাৰ সম্ভাৱনাই দেখা দিছে ৷

নিৰ্ভয়া কাণ্ড
শাস্তিৰ দিন পিছুওৱাৰ সম্ভাৱনা
author img

By

Published : Jan 16, 2020, 10:16 PM IST

নতুন দিল্লী,16 জানুৱাৰীঃ দেশ কঁপাই যোৱা নিৰ্ভয়া কাণ্ডত জড়িত দোষীৰ বহু প্ৰত্যাশিত শাস্তিৰ দিন ঘোষণাৰ পিছত দিনে দিনে কেতবোৰ নতুন বিষয় উত্থাপন হৈ আছে ৷ আদালতে ৰায়দান কৰা অনুসৰি 22 জানুৱাৰীত দোষীৰ ফাঁচীৰ দিন নিৰ্ধাৰণ কৰা হৈছে ৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত তিহাৰ জেল কৰ্তৃপক্ষই দিল্লী চৰকাৰক জনায় যে,নিৰ্ভয়া কাণ্ডত জড়িত চাৰিওজন দোষীৰ মৃত্যুদণ্ডৰ ক্ষমা বিচাৰি আবেদন কৰাৰ বাবে শাস্তিৰ দিন পিছুওৱাৰ সম্ভাৱনাই দেখা দিছে ৷ লগতে বিষয়টো সন্দৰ্ভত তিহাৰ জেল কৰ্তৃপক্ষই দিল্লীৰ এক আদালতত ক্ষমা আবেদনৰ বাবে ৰাজ্য চৰকাৰৰ পৰা ফাঁচীৰ নতুন তাৰিখ বিচাৰি যোগাযোগ কৰিছে ৷ বিগত সপ্তাহত নিৰ্ভয়া কাণ্ডত জড়িত দোষীসকল ক্ৰমে মুকেশ সিংহ,বিনয় শৰ্মা,অক্ষয় সিংহ আৰু পবন গুপ্তাক 22 জানুৱাৰীৰ পুৱা 7 বজাত ফাঁচী দিয়াৰ ঘোষণা কৰা হৈছিল ৷

নিৰ্ভয়া কাণ্ড
শাস্তিৰ দিন পিছুওৱাৰ সম্ভাৱনা

ইফালে,কাৰাগাৰ কৰ্তৃপক্ষই নিৰ্ভয়া গণ-ধৰ্ষণ আৰু হত্যাকাণ্ডত জড়িত চাৰিওজন অভিযুক্তকে বৃহস্পতিবাৰে তিহাৰ জেলৰ তিনি নম্বৰ কোঠালীলৈ স্থানান্তৰিত কৰে ৷ দিল্লী চৰকাৰে বুধবাৰে উচ্চ ন্যায়ালয়ক জনোৱা মতে,অভিযুক্ত সকলৰ মাজৰ এজনে ক্ষমা বিচাৰি আবেদন জনাইছিল ৷ এই আবেদনৰ ভিত্তিতে পূৰ্বে ঘোষণা কৰা শাস্তিৰ দিন স্থগিত হোৱাৰ সম্ভাৱনা আছে ৷ জেল কৰ্তৃপক্ষই পূৰ্বে অভিযুক্ত বিনয় শৰ্মাক চাৰি নং কোঠাত ৰখাৰ বিপৰীতে আন তিনিজনক দুই নং কোঠাত ৰাখিছিল ৷

লগতে চাওকঃজম্মু-কাশ্মীৰৰ পুলৱামাত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদীৰ সহযোগী

Intro:निर्भया मामले में 22 जनवरी को चार दोषियों को होने वाली फांसी फिलहाल टलती नजर आ रही है. क्योंकि बीते दिनों दिल्ली हाईकोर्ट में दोषियों द्वारा दायर की गई क्यूरेटिव पिटीशन, पर कल सुनवाई करते हुए, हाई कोर्ट ने दोषियों के वकील को फटकार लगाते हुए कहा कि जहां इन दोषियों का डैथ वॉरेंट इशू हुआ है, वही जाकर इनकी क्यूरेटिव पिटिशन फाइल करें..

Body:पिटिशन का सहारा लेकर बना रहे हैं बहाना..

जिसके कारण 22 तारीख को होने वाली फांसी अब टलती नजर आ रही है. क्योंकि पिटिशन का सहारा लेकर निर्भया के दोषी बहाना बना रहे है. इसलिए इस बात पर अभी भी असमंजस बना हुआ है कि क्या फांसी 22 को होगी या नहीं.
Conclusion:पत्र लिखकर नई डेट बताने की कि मांग..

इस पर जेल सूत्रों से मिली जानकारी के अनुसार तिहाड़ जेल प्रशासन ने भी दिल्ली सरकार को पत्र लिखकर फांसी की कोई नई तारीख बताने की मांग की है..
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.