ETV Bharat / bharat

নিৰ্ভয়া কাণ্ড : ৰাষ্ট্ৰপতিৰ ৰায়দানক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান অপৰাধীৰ

নিৰ্ভয়া কাণ্ডৰ অন্যতম দোষী বিনয় শৰ্মা দ্বাৰস্থ হৈছে উচ্চতম ন্যায়ালয়ৰ ৷ ৰাষ্ট্ৰপতিয়ে ক্ষমা আবেদন নাকচ কৰাৰ পাচতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে শৰ্মা ৷

author img

By

Published : Feb 11, 2020, 8:02 PM IST

ৰাষ্ট্ৰপতিৰ ৰায়দানক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান বিনয় শৰ্মাৰ
উচ্চতম ন্যায়ালয়

নেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰী : নিৰ্ভয়া কাণ্ডৰ মৃত্যুদণ্ডৰ ৰায়দান লাভ কৰা চাৰি অপৰাধীৰ অন্যতম বিজয় শৰ্মা মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷ ৰাষ্ট্ৰপতিয়ে ক্ষমা আবেদন নাকচ কৰাৰ পাচতে এই ৰায়ৰ প্ৰত্যাহ্বান জনাই বিনয় শৰ্মা উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৷

আনহাতে, নিজৰ অধিবক্তা এ. পি. সিঙৰ জৰিয়তে মৃত্যুদণ্ডৰ ৰায়ক আজীৱন কাৰাদণ্ডলৈ সলনি কৰিবলৈও আবেদন কৰে শৰ্মাই ৷

আৰু পঢ়ক : দিল্লীৰ মচনদত পুনৰ কেজৰিৱাল : বিজেপিৰ 7, কংগ্ৰেছৰ 0

ZCZC
PRI GEN LGL NAT
.NEWDELHI LGD13
SC-NIRBHAYA-MERCY
Nirbhaya case: Convict Vinay Sharma moves SC challenging rejection of mercy plea by Prez
         New Delhi, Feb 11 (PTI) One of the four death row convicts in the Nirbhaya gang rape and murder case, Vinay Sharma, approached the Supreme Court on Tuesday challenging the rejection of his mercy petition by the President.
         Sharma, through his counsel A P Singh, has also sought commutation of death sentence to life imprisonment. PTI ABA MNL LLP
SA
02111541
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.