ETV Bharat / bharat

ৰাজ্যত 392 জনলৈ বৃদ্ধি ক'ৰণা আক্ৰান্তৰ সংখ্যা

ৰাজ্যত ক'ৰণা আক্ৰান্তৰ সংখ্যা 392 গৰাকীলৈ বৃদ্ধি ৷ আনহাতে সক্ৰিয় হৈ আছে 328 টা ঘটনা ৷

ৰাজ্যত 392 জনলৈ বৃদ্ধি ক'ৰণা আক্ৰান্তৰ সংখ্যা
ৰাজ্যত 392 জনলৈ বৃদ্ধি ক'ৰণা আক্ৰান্তৰ সংখ্যা
author img

By

Published : May 24, 2020, 10:17 AM IST

Updated : May 24, 2020, 10:50 PM IST

নিউজ ডেস্ক, 24 মে': ৰাজ্যত পুনৰ 14 জন লোক আক্ৰান্ত হৈছে ক'ৰণা ভাইৰাছত ৷ আক্ৰান্ত লোকসকলৰ পাঁচজন হোজাইৰ, পাঁচজন কামৰূপ গ্ৰাম্যৰ, দুজন কামৰূপ মেট্ৰ'ৰ আৰু এজন নগাঁৱৰ, এজন পূৱ কাৰ্বি আংলঙৰ ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটত প্ৰকাশ কৰে এই কথা ৷

  • 📌Alert ~ 14 new cases of #COVID19+ confirmed.

    5 Hojai; 5 Kamrup; 2 Kamrup Metro; 1 Nagaon; 1 East Karbi Anglong

    ↗️Total cases 392
    ↗️Recovered 57
    ↗️Active cases 328
    ↗️Deaths 04
    ↗️Migrated 03

    Update 10:35 pm / May 24#AssamCovidCount pic.twitter.com/GNBFhy7rsF

    — Himanta Biswa Sarma (@himantabiswa) May 24, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বৰ্তমান অসমত ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 392 জনলৈ বৃদ্ধি হয় ৷ ইয়াৰে 57 জন লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে 4 জন লোকৰ ৷ আনহাতে সক্ৰিয় হৈ আছে 328 টা ঘটনা ৷

লগতে পঢ়ক : কয়লা খননৰ বিৰুদ্ধে সৰৱ উপমন্যু হাজৰিকা

Last Updated : May 24, 2020, 10:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.